Breaking

Browsing Category

স্থানীয় বাৰ্তা

নলবাৰীত ভয়ংকৰ ঘটনা। দলঙৰ পৰা জপিয়াই পাগলাদিয়া নৈত আত্মহত্যাৰ প্ৰচেষ্টা এজনৰ।

নলবাৰী দেশজুৰি চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰন লোকসকল আৰ্থিক ভাবে চৰম জুৰুলা হৈ পৰিছে । আৰ্থিক দৈন্যতাৰ বাবেই পাগলাদিয়া নদীত মৰণজাপ দিলে এজন যুৱকে ।নলবাৰীৰ বৰমুৰিকোনা ঘাটত ঘটিল এই ভয়ংকৰ ঘটনাটো । বৰমুৰিকোনা ঘাটৰ পকী দলঙৰ পৰা
Read More...

বনপাৰ্টি শিল্পীৰ ওচৰত মঙলদৈৰ বিধায়ক : সাহায্য বিতৰণ

মঙলদৈ বহাগ আহিলেই যেন এটা দিনো ৰ’বলৈ সময় নাই সেইসকল শিল্পীৰ৷ ইখনৰ পিছত সিখন যুগ্ম জীৱন, মাঙ্গলিক অনুষ্ঠানৰ বেনপাৰ্টি বজোৱাত ব্যস্ত হৈ পৰে৷ কিন্তু এইবেলি ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশ লকডাউনত থকাত মঙলদৈ সমষ্টিৰ অন্তগৰ্ত বেনপাৰ্টি
Read More...

ৰাজগড়ত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ

টিংখাং ডিব্ৰুগড় জিলা ৰাজগড় আৰক্ষী চকী সমীপৰ মহখোৱাত সোমবাৰে পুৱা দুটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে মহখোৱাৰ নিবাসী তথা গাঁওবুঢ়া মহেন্দ্ৰ হাজৰিকাৰ চাহ বাগিচাত পাত চিঙি থকা
Read More...

নগাঁৱৰ মোল্লাপট্টিত হতাহতিত এজনৰ মৃত্যু : গ্ৰেপ্তাৰ ১

নগাঁও ঈদৰ আনন্দৰ মাজতেই আজি বিয়লি প্ৰায় ৩ বজাত নগাঁও চহৰৰ ধিং গেটৰ মোল্লাপট্টিত হোৱা এক মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে মোল্লাপট্টিৰ নাজিৰ খান ওৰফে কালা আৰু
Read More...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত 'ইকুইনক্স' নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। বিশ্বজিৎ পূজাৰী,  চাইদ নেকিব,  শৰৎ চেতিয়া আৰু
Read More...

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

লংকা সমগ্ৰ অসমতে  ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা সময়তে জৰুৰীকালীন সেৱাত ব্ৰতী থকা আৰক্ষী প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মী লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজক সেৱা কৰি আছে।এনে এক সময়ত গোটেই দিনটো সংবাদ সংগ্ৰহত ব্যস্ত সাংবাদিকসকলে আগন্তুক
Read More...

আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠ

◆ৰাজীৱ কমল শইকীয়া বোধহয়, গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী, সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই | শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল- দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ
Read More...

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰং দৰঙত জলসম্পদ বিভাগৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা মঠাউৰিত ব্যাপক অনিয়ম হোৱা অভিযোগ উত্থাপন হৈছে৷ প্ৰায় ৩২.৪১ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে এইবাৰ পুনৰ নৈপৰিয়া লোকসকলে ভোগ কৰিব লাগিব বানপানীৰ সমস্যাত৷
Read More...

টিংখাঙত শোৱাপাটীৰ পৰা মাজ নিশা চাহ জনজাতি নেতাক আটক : তীব্ৰ প্ৰতিক্ৰিয়া, মুক্তিৰ দাবী

টিংখাং মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে বলবৎ হৈ আছে লকডাউন। এই সময়ছোৱাতে চৰকাৰৰ ৰোষত পৰি নিৰাপত্তা বাহিনীৰ হাতত আটক হৈছে এগৰাকী চাহ জনজাতি তথা আদিবাসী যুৱ নেতা। সদৌ অসম আদিবাসী সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ
Read More...

গৌৰীপুৰত এক মৰ্মান্তিক ঘটনা : লকডাউনত পানীত হাঁহ নচৰা অৱস্থা, প্ৰাণ গ’ল দম্পত্তিৰ

গৌৰীপুৰ গৌৰীপুৰত ঈদৰ আনন্দৰ সময়তে এক মৰ্মান্তিক ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত৷ ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী গাঁও পঞ্চায়তৰ এলেকাধীন বেগুতলী গাঁৱত এক দম্পত্তিয়ে নিজ বাসভৱনত চিপ
Read More...