Breaking

Browsing Category

স্থানীয় বাৰ্তা

টীয়কত কাব্য গ্ৰন্থ উন্মোচন

টীয়ক বৰ্তমান মানুহ ছচিয়েল মিডিয়াত ব্যস্ত। কাব্য গ্ৰন্থ পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ দৈনন্দিন জীৱনৰ ব্যস্ততাত কমি গৈছে। সেয়ে এতিয়া সাধাৰণ মানুহক কবিতা তথা সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিবলৈ লগতে সাহিত্যৰ সৃষ্টিৰ মানদণ্ড অখুন্ন ৰাখিবলৈ ছচিয়েল
Read More...

মিৰ্জাৰ লোহাৰঘাটত লকডাউনৰ সময়ছোৱাত যুৱকৰ অভিনৱ সৃষ্টি

নামখলা অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাট মহমাৰাং গাঁৱৰ ধীৰেন ৰাভাৰ পুত্ৰ ৰূপজ্যোতি ৰাভাৰ হাতৰ পৰশত গছৰ পাতত প্ৰাণ পাই উঠিছে কেইজনমান বৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি। লকডাউনৰ সমযছোৱাত ঘৰতে আবদ্ধ থাকি ৰূপজ্যোতি ৰাভাই আঁহত গছৰ পাতত সৃষ্টি কৰিছে
Read More...

বহিঃৰাজ্য মুম্বাইৰ পৰা শ্ৰমিক ৰে’লত আহি থকা লোকৰ মাজত খাদ্যৰ বাবে হাহাকাৰ

লংকা লকডাউনৰ পূৰ্বে বহিঃৰাজ্যত আবদ্ধ হৈ থকা বহু লোকক প্ৰতিদিনেই ৰে’লৰ জৰিয়তে আনি থকা হৈছে অসমলৈ৷ যোৱা নিশা মুম্বাইৰ পৰা ৰে’লৰ জৰিয়তে অসমলৈ অহা শ্ৰমিক ৰে’লখনত খাদ্যৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ ৰে’লখনত অহা কিছু
Read More...

ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত সোমাল বৰষুণৰ

ধুবুৰী আজি চাৰিদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ উপনৈ, বিলৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভাবুকিৰ সৃষ্টি হৈছে। ইতিমধ্যে গদাধৰ, গংগাধৰ, গৌৰাংগ নৈৰ বাঢ়নী পানীয়ে গোলকগঞ্জ, চাপৰ, বিলাসীপাৰাৰ ব্যাপক অঞ্চল
Read More...

ক’ৰোনা আতংকৰ মাজতে দৰঙত অব্যাহত চোৰাং বেহা : পানেৰীত উদ্ধাৰ ৰঙামাটিৰ চাউল

মঙলদৈ ক’ৰোনা মহামাৰীত সমগ্ৰ দেশৰ জনতা ককবকাই থকাৰ সময়তে বিনামূলীয়া সামগ্ৰীৰ চোৰাং ব্যৱসায়ীয়ে চলাই নিচে ৰমৰমীয়া ব্যৱসায়৷ ক’ৰোনা  মহামাৰীৰ বাবে চলি থকা লকডাউনৰ মাজতো অব্যাহত আছে একাংশ নীচ মনোবৃত্তিৰ ব্যৱসায়ীৰ চোৰাং বেহা৷
Read More...

কলিয়াবৰৰ মিছামুখত বিষাক্ত মুগী ফেঁটী উদ্ধাৰ

কলিয়াবৰ কলিয়াবৰত উদ্ধাৰ হ'ল দুটা বিষাক্ত মুগী ফেঁটী। কলিয়াবৰৰ মিছামুখৰ অনিল বড়োৰ ভঁৰালৰ তলত উদ্ধাৰ হয় সাপ দুটা। তাৰে এটা সাপ স্থানীয় ৰাইজৰ ক্ষোভৰ বলি হয়। স্থানীয় গঞা ৰাইজে এটা সাপক যাঠিৰে খুচি আঘাতপ্ৰাপ্ত কৰে। স্থানীয়
Read More...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তৎপৰতাত বহিঃৰাজ্যৰ পৰা আহি সৰুসজাইত স্বাস্থ্য পৰীক্ষা নকৰা চাৰি যুৱকক…

নাজিৰা মহামাৰী ক'ভিড-১৯ৰ বাবে লকডাউনৰ মাজতে বহিঃৰাজ্যৰ পৰা অহা অসমৰ যুৱক-যুৱতীসকলক ৰখা হৈছে কোৱাৰেণ্টাইন শিবিৰত। আজি পুৱা চাৰি বজাত গুজৰাটৰ আহমেদাবাদত থকা নাজিৰা চাৰি যুৱক ক্ৰমে গেলেকীৰ সমীৰণ দাস, গেলেকী হাতিপটী মিছিং গাঁৱৰ প্ৰতীম
Read More...

কোৱাৰেণ্টাইন কেন্দ্ৰকলৈ তৎপৰতা বিধায়ক, উপায়ুক্তৰ : বিচনা দান দৰঙৰ বিশিষ্ট ব্যৱসায়ীৰ

মঙলদৈ বহিঃৰাজ্যৰ পৰা দৰঙলৈ আহিবলগীয়া প্ৰায় ৯ হাজাৰ শ্ৰমিক, যুৱক, শিক্ষাৰ্থীৰ মাজৰে ইতিমধ্যে ৪৪৭ গৰাকী উপস্থিত হৈছে যদিও ইয়াৰে ৮২ জনক ঘৰলৈ যাব দিয়া হৈছে৷ বাকী আহিব লগাসকলৰ কাৰণে দৰং জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে এতিয়া ন ন
Read More...

নলবাৰীত নতুনকৈ হ’ব লগা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ

নলবাৰী নলবাৰী জিলাত আকৌ নতুনকৈ আৰম্ভ কৰা হ’ব তিনিটাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ। নলবাৰী জিলাত ক্ৰমে এছ আৰ ডি কাৰ্যালয়, কুমাৰ ভাস্কৰবাৰ্মা বিশ্ববিদ্যালয় আৰু নলবাৰী মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ত নতুনকৈ কাইলৈৰ পৰা স্থাপন হ’ব এই
Read More...

বোকাজানত কৰ্তব্যৰত আৰক্ষী বিষয়ক প্ৰহাৰ উদণ্ড দম্পতীৰ

 বোকাজান  বোকাজান নগৰৰ মাজমজিয়াত আজি আৰক্ষী থানাৰ সন্মুখতে থকা এটা আস্থা নামৰ অবৈধ ট্ৰেন্সপ’ৰ্টৰ স্বয়ম্ভূ গৰাকী অমৃত (মদন) মেচ আৰু তেওঁৰ পত্নী ৰীতা দত্ত মেছে এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰা
Read More...