Breaking

Browsing Category

স্থানীয় বাৰ্তা

কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশক লৈ নগাঁও চহৰত পোষ্টাৰিং

নগাঁও নগাঁও সংসদীয় সমষ্টিৰ  সাংসদ প্ৰদ্যু্ৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও চহৰৰ বিভিন্ন স্থানত কোনো অচিন ব্যক্তিয়ে পোষ্টাৰিং কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বৰে পৰা নতুন দিল্লীত থকা কংগ্ৰেছ সাংসদজনক  লৈ ছ’চিয়েল
Read More...

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিমৌ ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সোণোৱাল ইয়াত উপস্থিত হৈ পৰিদৰ্শন কৰে ডিমৌৰ  বৰুৱাচাংমাই গাঁওস্থিত শিৱসাগৰ কাৰিকৰী বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ। লক্ষণীয় যে মুম্বাই, চেন্নাই, কেৰেলা,
Read More...

সাপেখাতীত ক’ভিড-১৯ সেৱাত জড়িত চিকিৎসক, সংবাদ কৰ্মী, আৰক্ষীক সম্বৰ্ধনা সাপেখাতী উচ্চতৰ মাধ্যমিক…

সাপেখাতী  অসম এতিয়া সৰ্বত্ৰে মহামাৰী ক’ৰোনাৰ গৰাহত ত্ৰস্তমান হৈ থকাৰ সময়তে জৰুৰীকালীন সেৱাত আত্মনিয়োগ কৰি থকা পুলিচ প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মীকে ধৰি বিভিন্ন স্তৰৰ  লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজৰ সেৱাত ব্ৰতী  হৈ আছে।তেনে এক
Read More...

জামুগুৰিহাটত ছেনিটাইজ ৰক্তদাতা (এইচবিএছ) স্বেচ্ছাসেৱী সংগঠন, অগ্নিনিৰ্বাপক বাহিনীৰ

জামুগুৰিহাট ক’ৰোনাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে মহামাৰীৰ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে কালি জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান-পোহাৰ, বেংক প্ৰতিস্থান, আৰক্ষী থানা, চিকিৎসালয়, পৰিদৰ্শন বঙলাকে আদি কৰি সকলোবোৰ স্থান ছেনিটাইজ কৰে
Read More...

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস পালন

 তিনিচুকীয়া ২১৮ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি কেন্দ্ৰীয়ভাৱে তিনিচুকীয়াৰ তিনিকোণীয়াত পালন কৰা হয়৷ মটক সন্মিলন, ৰাজবংশকে ধৰি জনগোষ্ঠীটোৰ কেউটা সংগঠনে অনুষ্ঠিত কৰা দিবসত নামঘৰত ভকত সেৱা প্ৰতিমূৰ্তীত মাল্যাৰ্পণ কৰা হয়।
Read More...

বহিঃৰাজ্যত কৰ্মৰত লোকৰ আগমণত শ্বাসৰুদ্ধ পৰিৱেশ টিংখাঙত : প্ৰতিটো অঞ্চলতে কোৱাৰেণ্টাইন শিবিৰ

টিংখাং ৰাজ্যখনত ক’ৰোনা ভাইৰাছত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰিছে।বিশেষকৈ বহিঃৰাজ্যত কাম কবিবলৈ যোৱা হাজাৰ হাজাৰ লোক নিজ গৃহলৈ ঘূৰি অহাৰ বাবে ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলাৰ বৃহত্তৰ
Read More...

কৰোণাৰ আতংকৰ মাজতে নলবাৰীত গৃহহীন পুৰোহিত। পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা…

নলবাৰী  কৰোণা ভাইৰাছৰ বিভিষিকাময় পৰিস্থিতিৰ বাবেই দেশজুৰি চলি থকা লক ডাউনৰ মাজতে নলবাৰীত গৃহহীন হৈ পৰা এগৰাকী পুৰোহিতৰ এক দুখজনক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিজৰ পুত্ৰ আৰু পত্নীৰ  নিৰ্যাতন সহিব নোৱাৰি
Read More...

হোজাইৰ হাম হাস্পতালত ৰোগীৰ আত্মহত্যা

লংকা হোজাইৰ হাম হাস্পতালত যোৱা নিশা এজন ৰোগীয়ে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰে। ৰোগীজন পৰিতোষ দেৱনাথ বুলি জানিব পৰা গৈছে৷ ৫৫ বছৰীয়া ৰোগীজনৰ অলপতে হামত হাৰনিয়া অপাৰেশ্যন হৈছিল। কালি তেওঁক হাস্পটালখনৰ পৰা ৰিলিজো  দিয়া হৈছিল। কিন্তু
Read More...

সামাজিক দুৰত্ব বজাই ৰাখি ঈদৰ নামাজ পঢ়িবলৈ আহ্বান ধুলা আঞ্চলিক আমছুৰ

খাৰুপেটীয়া  ইছলাম ধৰ্মাৱলম্বী লোকে ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ এমাহ। ৰোজাৰ অন্তত আনন্দৰ উৎসৱ ঈদ উল ফিতৰ উৎযাপন কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ধূলা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আলিয়ে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে
Read More...

নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ২০২০-২১ শৈক্ষিক বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কৰা হ'ব৷
Read More...