Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰা মহকুমা প্ৰশাসনৰ দ্বাৰা স্থাপন কৰা গড়গাঁও কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়োজিত চাফাই কৰ্মচাৰী আৰু বীজানুনাশক কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্য আজি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে
Read More...

বোকাজানত আঠ লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ

বোকাজান  লকডাউনৰ মাজতে আজি পুৱতি নিশা বোকাজান মহকুমাৰ খটখতি আৰক্ষীয়ে এ এছ ১৭ বি -১০৯৭ নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই  আঠ লাখ টকাৰ ২২০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে৷ লগতে ট্ৰাকখনৰ হেণ্ডিমেন আলি ইছলামক আটক কৰে৷ অৱশ্যে ট্ৰাকখনৰ
Read More...

ধুবুৰীত ক’ৰোনা আক্ৰান্ত কিশোৰী

ধুবুৰী অসমত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা এতিয়ালেকে ৩৯১ জনলৈ বৃদ্ধি পাইছে। আজি ধুবুৰী নতুনকৈ এগৰাকী কিশোৰী (১৭)ৰ দেহত ধৰা পৰিছে ক'ৰোনা পজিটিভ। কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁ বিহাৰৰ
Read More...

ৰাজগড় মহাবিদ্যালয়ৰ কৰ্মচাৰী অজিত মহন্তৰ মৃত্যু

টিংখাং ডিব্ৰুগড় জিলাৰ ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী তথা নভকতীয়া গাঁৱৰ নিবাসী অজিত মহন্তৰ (৪০)যোৱা নিশা প্ৰায় দুই বজাত নিজা বাসগৃগত মৃত্যু হয়। দীৰ্ঘদিনধৰি এক জটিল ৰোগত আক্ৰান্ত হোৱা বাবে কিছুদিনৰ পূৰ্বে অজিত মহন্তই
Read More...

গুটখা ব্যৱসায়ীৰ অশালীন আচৰণ : ক্ষমা বিচাৰিলে ৰাইজ,পৰিয়াল, চৰকাৰী গাঁওবুঢ়াই

হোজাই হোজাইত এগৰাকী গুটখা ব্যৱসায়ীৰ অশালীন আচৰণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় হোজাই জিলাত। যোৱা ২০ মে’ তাৰিখে নীলবাগান চানাপট্ৰিৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা ইণ্ডিয়ান অইল পাম্পৰ
Read More...

কোৱাৰেণ্টাইন জ’নৰ লোকক প্ৰশাসনৰ খাদ্য যোগান

জামুগুৰিহাট কোৱাৰেণ্টাইন জ'ন হিচাপে ঘোষণা হোৱা বিশ্বনাথ জিলাৰ তথা জামুগুৰিহাটৰ নিকটৱৰ্তী অসম অৰুণাচল সীমান্তৰ তিনিখন গাঁৱৰ জনসাধাৰণৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিছে। অঞ্চলটোৰ টক' গয়াৰী নামৰ ৬০
Read More...

নলবাৰী বাংনামাৰীত ঈদউল ফিটৰ নামাজ সন্দৰ্ভত সভা : ঘৰতে থাকি নামাজ পঢ়িবলৈ আহ্বান

নলবাৰী ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে বৰ্তমান দেশজুৰি চলি থকা লকডাউনৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি বাংনামাৰী গাঁও উন্নয়ন সমিতিৰ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহক সভাৰ সৰ্বসন্মত
Read More...

লংকাৰ নখুঁটিত অস্ত্ৰসহ আটক দুই যুৱক

লংকা যোৱা নিশা লংকাৰ নখুটিৰ ৩নং চাৰ্ঠেগাঁৱৰ পৰা তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে পহৰা দিয়া সময়ত অস্ত্ৰসহ দুই যুৱকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছত গাঁওৰক্ষী বাহিনীয়ে যুৱক দুজনক নখুঁটি আৰক্ষীক চমজাই দিয়ে। যুৱক দুজনৰ পৰা দুটা
Read More...

চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথক মিকিৰভেটা আৰক্ষীৰ আটক

মৰিগাঁও ৰাজ্য চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰীৰ তথ্য প্ৰকাশ হৈ আহিছে। এনে এক সময়তে চৰাইবাহী সমবায় সমিতিৰ অনিয়মৰ অভিযোগত আজি বিয়লি ১ বজাত মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ
Read More...

মানসিক ৰোগী পুনৰ সংস্হাপন কেন্দ্ৰৰ স্হায়ী গৃহ নিৰ্মাণৰ বাবে মানৱ দৰদী মহিলাৰ দুই লাখ টকাৰ অনুদান

নাজিৰা শিৱসাগৰ জিলা তথা উজনি অসমৰ মহিলা মানসিক ৰোগীসকলৰ আশা-ভৰসাৰস্হল নাজিৰা মহিলা মানসিক ৰোগী পুনৰ সংস্হাপন কেন্দ্ৰ "জ্যোতি"গৃহ।নাজিৰা মহকুমাৰ বৰতলাস্হিত হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত উদ্যমী আৰু মানৱদৰদী যুৱক নাছেৰ খানৰ বিশেষ
Read More...