Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাত দ্বিতীয় গৰাকী যুৱতীৰ ক’ভিড-১৯ পজিটিভ : আক্ৰান্তৰ গৃহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নাজিৰা সমগ্ৰ দেশতে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাৰ দৰে নাজিৰাতো এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পোৱাত জনসাধাৰণৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বহিঃৰাজ্যৰ পৰা অহা নাজিৰা মহকুমাৰ গেলেকী ন
Read More...

ক’ৰোনাৰ সন্ত্ৰাসৰ সময়তেই ‘কা’ আন্দোলনৰ শ্বহীদ টীয়কৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ…

টীয়ক ক’ৰোনাৰ সন্ত্ৰাসৰ সময়ত 'কা' আন্দোলনৰ প্ৰথম শ্বহীদ টীয়কৰ বনাই অঞ্চলৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে। ছাত্ৰ সন্থা সদায় ৰাইজৰ লগত আছে আৰু 'কা' আন্দোলনৰ শ্বহীদসকলৰ
Read More...

ছোৱাইন ফ্লুৰ সময়তে নাজিৰাৰ ৰাজপথত গাহৰিৰ মুক্ত বিচৰণ : গান্ধাৰীৰ ভূমিকাত প্ৰশাসন

নাজিৰা ক’ৰোনা মহামাৰীৰ প্ৰাৰ্দুভাৱে দেশবাসীক আতঙ্কিত কৰি সহস্ৰজনৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ছোৱাইন ফ্লুত বহুতো গাহৰিৰ মৃত্যু ঘটাৰ বাবে মানুহৰ গালৈ এই ৰোগ সংক্ৰমিত হোৱাৰ আশঙ্কাত  চৰকাৰে
Read More...

মানুহে ম’হেই মাৰি শেষ কৰিব পৰা নাই ভাইৰাছ ক’ত মাৰিব পাৰিব : শিলাদিত্য দেৱ

লংকা  যমুনামুখৰ বহিঃৰাজ্যৰ মানুহ হোজাইত ৰখাটোক লৈ অসন্তুষ্টি বিধায়ক শিলাদিত্যৰ ৷ ম‌ই অনুমতি নিদিও ডৱকা আৰু যমুনামূখৰ মানুহখিনি হোজাইত আনি সোমোৱাই দিয়াটো। বিধায়ক শিলাদিত্য‌ই আজি হোজাই চহৰত থকা কোৱাৰেণ্টাইন শিবিৰ পৰ্যবেক্ষণ কৰি
Read More...

নগাঁৱৰ বটদ্ৰৱাত কোৱাৰেণ্টেইন অৱস্থাত থকা এজনৰ দেহত কোভিড ১৯ পজিটিভ

নগাঁও নগাঁও জিলাত নতুনকৈ ক'ৰোণাত আক্ৰান্ত হৈছে আন এগৰাকী ।নতুনকৈ ক'ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী গৰাকীৰ নাম নাজিবুল হুছেইন। বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টেইনত  হৈ থকা অৱস্থাত নাজিবুলৰ দেহত ক’ভিড ১৯ৰ অবস্হিতি ধৰা পৰে।
Read More...

টিংখাঙত কেন্সাৰ আক্ৰান্ত কৃষকৰ মৃত্যু

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ গেলেকী গাঁৱৰ এগৰাকী খেতিয়ক ৰঙেধৰ শইকীয়াৰ (৪৭) আজি বিয়লি নিজা বাসগৃহত মৃত্যু হয়। দীৰ্ঘদিন ধৰি তেওঁ  কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসাধীন অৱস্থাত আছিল। জানিব পৰা মতে ডিব্ৰুগড় অসম চিকিৎসা
Read More...

বিধায়ক পদ্ম হাজৰিকাক “কৰ্মযোগী” উপাধি প্ৰদান ৷ “ৰক্তদাতা” স্বেচ্ছাসেৱী সংগঠণে প্ৰদান কৰিলে এই সন্মান…

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট  ক’ৰোনাৰ ভয়াবহ সংকটৰ সময়ত সমষ্টিত তাৎক্ষণিকভাৱে লোৱা ভুমিকা আৰু কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সুচনা কৰিবলৈ অহৰহ প্ৰচেষ্টা হাতত লোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক  
Read More...

ঢকুৱাখনা ৰ যুৱকৰ দেহত কভিড-১৯ : ৰোগীৰ ভাতৃ – লগৰীয়াক হ’ম কোৱাৰেণ্টাইন কৰাত আতংকিত…

দৈনন্দিন বাৰ্তাৰ সেৱা : ঢকুৱাখনা শেহতীয়াকৈ ঢকুৱাখনাৰ তিনিজনকৈ লোকৰ দেহত মাৰাত্মক কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা খবৰৰ পিছত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ ঢকুৱাখনাত।খবৰ অনুসৰি চেন্নাইৰ পৰা অহি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ
Read More...

ৰূপহীহাটত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিত তাৰাবাৰী, গটঙা, নাঙলধোৱা বেংক চি এছ পিৰ লুন্ঠন

এ জে আকন্দ, নগাঁও দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ । যাক চমুকৈ চি এছ পি কেন্দ্ৰ বুলি কোৱা হয় । সংশ্লীষ্ট
Read More...

নলবাৰীত বহু দিন ধৰি সন্ত্ৰাস চলোৱা ২ মোবাইল চোৰ আটক

নলবাৰী লকডাউনৰ বাবে এফালে ৰাইজ গৃহবন্দী। নিতৌ জীয়াই থকাৰ বাবে কৰিবলগা হৈছে সংগ্ৰাম। তাৰ মাজতে চিলনী চোৰৰ আতংকত সন্ত্ৰাসিত হৈ পৰিছে নলবাৰীৰ ৰাইজ। এনে সন্ত্ৰাস চলাই চিলনী চোৰৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে। অৱশেষত
Read More...