Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰা মহকুমাত থকা যোগ্যতাবিহীন পৰিয়ালক ৰেচনকাৰ্ড সমৰ্পণ কৰিবলৈ মহকুমা প্ৰশাসনৰ নিৰ্দেশ

নাজিৰা নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বহুতো যোগ্যতাবিহীন পৰিয়ালে "ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন" ২০১৩ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি আছে বুলি মহকুমা সদৰী কৰিছে।  মহকুমাটোৰ চৰকাৰী চাকৰিয়াল, পেঞ্চন পৰিয়াল (যাৰ মাহেকীয়া পেঞ্চন
Read More...

আটাকাটা কাণ্ডৰ নতুন মুৰ : নিশা দুৰ্বৃত্তই জ্বলাই দিলে ঘৰবাৰী, থানাত এজাহাৰ

খাৰুপেটীয়া  মহামাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ ফলত  হাহাকাৰৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে। স্তদ্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। পিছ পৰি যোৱা নাই অসমো। মহামাৰী ক'ৰোণা ভাইৰাছৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাকেই লৈ চিন্তিত হৈ পৰিছে সকলোৱে।
Read More...

ঠিকাদাৰৰ হেমাহিৰ বাবে পৰিত্যক্ত হৈ পৰিছে কালাতলী-নতুন কাঠমি গড়কাপ্তানী পথ

সোণতলী চৰকাৰে গড়কাপ্তানী বিভাগৰ কামত কোটি কোটি টকা খৰচ কৰে যদিও এই কামত জড়িত একাংশ ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি যমৰ যাতনা ভূগি থাকিব লগীয়া হয়৷ ঠিকাদাৰৰ শামুকীয়া বিভাগে কামৰ দায়িত্ব অৰ্পণ কৰিলে ঠিকাদাৰ তাপস কুমাৰ
Read More...

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰং  ৰাজ্যত অব্যাহত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি৷ তাৰ মাজতে দৰঙত দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ কৰা ঘটনা৷ প্ৰধানমন্ত্ৰী
Read More...

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময় : ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰাণ্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান…

মঙলদৈ  দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই ক'ভিড-১৯ সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কামকাজৰ সমান্তৰালকৈ গতিশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰৰ বিভিন্ন বিভাগৰ কামকাজ। অৰ্থনীতি স্হবিৰ হৈ নপৰিবলৈ তেওঁ এম জি এনৰেগা,
Read More...

চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন : তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ  দেশত ক’ভিড -১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত বলৱৎ হোৱা লকডাউনৰ চতুৰ্থ পৰ্য‍ায়ত ভালেমান শিথিলতা ঘোষিত হৈছে‌। জনসাধাৰণক নিৰ্দ্ধাৰণ কৰি দিছে কিছু বিশেষ সাৱধানতা। সেই উদ্দেশ‍্যেৰে জনসাধাৰণক সজাগ হৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত
Read More...

গোৱালপাৰা ডাক সংমণ্ডলৰ “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান

ধুবুৰী গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট আৰু ডাক জীৱন বীমাৰ লেনদেনৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি আই পি পি বি একাউণ্ট আৰু
Read More...

নাজিৰাত সূলভ মূল্যৰ সামগ্ৰী বিতৰণত অনিয়ম : ২ সূলভ মূল্যৰ এজেণ্টক নিলম্বন

নাজিৰা  নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অনিয়ম সন্দৰ্ভত সঘনাই অভিযোগ উত্থাপিত হোৱাৰ সময়তে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তৎপৰতাৰে অনুসন্ধান কৰি দুগৰাকী সুলভ মূল্য এজেণ্টক
Read More...

৫০০ ক্ষৌৰ কৰ্মীক প্ৰদান কৰিলে সাহায্য মঙলদৈ বিধায়কে

মঙলদৈ ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশ লকডাউনত থকাত মঙলদৈ সমষ্টিৰ অন্তগৰ্ত চেলুনৰ লগত জড়িত ক্ষৌৰ কৰ্মীসকল নিজৰ বৃত্তি চলাই নিব নোৱৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এনে সময়তে কেচি ক্ষুৰ লৈ আত্মনিয়োগ কৰি থকা ক্ষৌৰ কৰ্মীসকলৰ কাষত থিয় দিলে
Read More...

মৎস্য পোনা ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে উচ্চ শিক্ষিত কৰ্মোদ্যমী কৃষক দ্বীপেন চুতীয়াই

ধনশিৰি যিটো সময়ত লক্ষ্য লক্ষ্য অসমীয়া যুৱকে কৰ্ম সংস্হাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে বহুতো কৰ্মোদ্যমী অসমীয়া যুৱকে ঘৰতে থাকি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰি আন দহটা পৰিয়ালক সংস্হাপন দি
Read More...