Breaking

Browsing Category

স্থানীয় বাৰ্তা

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

ডিৰাক সীমান্ত ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ যাবলৈ ভাল বাট-পথ কোনো এটাও নাই। বহু কষ্টেৰে সেই ঠাইৰ ৰাইজৰ লগতে
Read More...

খাদ্য সামগ্রী বিতৰণ

ধুবুৰী লকডাউনৰ সময়ত আটাইতকৈ দুখত থকা নাপিত পৰিয়াল তীব্র খাদ্য সংকটৰ সন্মুখীন হোৱাত ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে মঙলবাৰে অগ্নশ্ৰী ভৱনত ১০৩জন নাপিত সম্প্ৰদায়ৰ পৰিয়ালক  খাদ্য সামগ্রী বিতৰণ কৰে। সমিতিৰ সভাপতি সুৰেশ
Read More...

পুনৰ নলবাৰী জিলাত ওলাল দুজনকৈ ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোক

নলবাৰী বৰ্তমান সময়ত ক’ৰোনা ভাইৰাছ সন্ত্ৰাসৰ বাবে অব্যাহত সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লক ডাউন। তদুপৰি অসমৰ বিভিন্ন জিলাত বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন লোকৰ সমাগম ঘটি আছে। যাৰ বাবে অসমতো এতিয়া ক’ভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে
Read More...

বহিঃৰাজ্যৰপৰা অহা ১৬ গৰাকী যুৱক উপস্থিত জামুগুৰিহাটত : এহাজাৰ লোকক ৰাখিব পৰাকৈ সাজুহৈ উঠিছে চতিয়া…

জামুগুৰিহাট ক’ৰোনা ভাইৰাছে আনি দিয়া বিভীষিকাময় পৰিস্থিতিৰ মাজতে বহিঃৰাজ্যত কৰ্মৰত ১৬গৰাকী চতিয়া সমষ্টিৰ যুৱক মঙলবাৰে পুৱা ৮ বজাত জামুগুৰিহাটত উপস্থিত হয়হি। তামিলনাডুত কৰ্মৰত চতিয়া সমষ্টিৰ যুৱক কেইগৰাকী বাছ যোগে পুৱা ৮ বজাত
Read More...

নগাঁও জিলাত তৃতীয়জন কভিড -১৯ সংক্ৰমিত ব‍্যক্তি চিনাক্ত : মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া

কলিয়াবৰ  নগাঁও জিলাত তৃতীয়জন কভিড-১৯ সংক্ৰমণৰ বিষয়ে প্ৰতিক্ৰিয়া আগবঢ়ালে মন্ত্ৰী কেশৱ মহন্তই। কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ অভিযানৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ মুৰব্বী কেশৱ মহন্তই নগাঁৱত ক’ৰোনা সংক্ৰমিত ব‍্যক্তিসকলক তৎকালীন চিকিৎসাৰ
Read More...

মঙলদৈত বজাৰ পৰিদৰ্শন উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ

মঙলদৈ চহৰ অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা। প্ৰতিখন দোকানৰ সন্মুখত হাত ধোৱাৰ বাবে চাবোন পানী ৰখাৰ লগতে ছেনিটাইজাৰ ৰাখিব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে
Read More...

শাক-পাচলিৰ পিছত মাংসৰ অনলাইন ব‍্যৱসায় আৰম্ভ : কলিয়াবৰৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

কলিয়াবৰ লকডাউনৰ জটিলতাৰ মাজতো আহিছে কিছু সুযোগ। সেই সুযোগৰ সদব‍্যৱহাৰ কৰি নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছে বহুজনে। যি ব‍্যৱসায়িক চিন্তা মানুহৰ মনলৈ অহাই নাছিল, জীৱন আৰু জীৱিকাৰ তাৰণাত সেই চিন্তা বাস্তৱত ৰূপায়িত হ'বলৈ আৰম্ভ হ'ল এই
Read More...

নাজিৰাৰ লক্ষ্মীজান শৈল কুৱেৰীৰ পৰা চুৰি কৰি নিয়া ফকলেনসহ অ’ এন জি চিৰ ট্ৰেইলৰ নগাঁৱত উদ্ধাৰ :…

নাজিৰা নাজিৰা মহকুমাৰ লক্ষ্মীজান শৈল কুৱেৰীৰ পৰা চুৰি কৰি নিয়া এখন ফকলেনসহ অ' এন জি চি অসম সম্পদৰ এখন ট্ৰেইলৰ নগাঁও জিলাৰ ৰূপহী আৰক্ষী থানাৰ আৰক্ষীয়ে জব্দ কৰা ঘটনাই নাজিৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চুৰি হোৱা ফকলেনসহ আৰক্ষীয়ে
Read More...

কাৰ্বি আংলং জিলাৰ বোকাজানত এজন ক’ৰোনাত আক্ৰান্ত

বোকাজান  ৰাজ্যত তীব্র গতিত বাঢ়িবলৈ ধৰিছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা৷ এইবাৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ডিলাইত ধৰা পৰিছে ক’ৰোনাত আক্ৰান্ত এজন যুৱকৰ। যুৱক জনৰ নাম প্ৰেম তামাং আৰু বয়স ২৪ বছৰ বুলি জানিব পৰা গৈছে। তেওঁ চেন্নাইত কৰ্মৰত
Read More...

লকডাউনৰ বাবে তামিলনাডুত আবদ্ধ অসমৰ ৯ জন যুৱক : উদ্ধাৰৰ বাবে আহ্বান অসম চৰকাৰলৈ

নাজিৰা মহামাৰী ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ ফলত বিভিন্ন বহিঃৰাজ্যত কৰ্মৰত শ শ শ্ৰমিক এতিয়া কৰ্মবিমূহ হৈ পৰাত স্বগৃহলৈ ঘূৰি অহাৰ প্ৰয়াস কৰি কোনো কোনো ৰাজ্যৰ পৰা বহু শ্ৰমিক উভতি আহিছে। কিন্তু এতিয়াও বহু
Read More...