Breaking

Browsing Category

স্থানীয় বাৰ্তা

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মশালাত আৰক্ষীৰ গুলীত নিহত দুস্কৃতিকাৰী, চাঞ্চল্য

ধুবুৰী ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত সোমবাৰে পুৱতি নিশা দুস্কৃতিকাৰী সৈতে  আৰক্ষীৰ গুলীত এজন ব্যক্তিৰ মৃত্যু হয়। নিহত যুৱকজন কুখ্যাত দুস্কৃতিকাৰী আছিল বুলি মন্তব্য আৰক্ষী শীর্ষ সূত্ৰত জানিব পৰা গৈছে। ধুবুৰীৰ ধৰ্মশালা আৰক্ষী
Read More...

লামডিঙৰ আইছ’লেছন ৱাৰ্ডৰ পৰা যুৱকৰ পলায়ন

লংকা  লামডিং ৰে’লৱে  চিকিৎসালৰ পৰা কোৱাৰেণ্টাইনত থকা এজন যুৱক পলায়ন কৰা ঘটনাই সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  এই ঘটনাৰ পিছত হোজাই জিলা প্ৰশাসনৰ তৎপৰতা পৰিলক্ষিত হয়। ঘটনাৰ পিছত লামডিঙত উপস্থিত হয় হোজাই জিলাৰ উপায়ুক্ত চানদেক সিং
Read More...

মঙলদৈত আৰক্ষীক মাস্ক, ছেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ

মঙলদৈ  বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰোণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে হৈছে প্ৰকৃত যোদ্ধা। নিজৰ জীৱনকো তুচ্ছ কৰি আৰক্ষীয়ে দেশৰ বাবে যি সেৱা আগবঢ়াই আছে তাৰ বাবে তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। এইক্ষেত্ৰত দৰং আৰক্ষীৰ ভূমিকা
Read More...

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

জামুগুৰিহাট ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰিছে যদিও শংকাত সময় অতিবাহিত কৰিছে জনসাধাৰণে৷
Read More...

দৰঙলৈ ১৭৫ জন লোকৰ ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আগমন : আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য…

মঙলদৈ  বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোমবাৰে পুৱতি নিশা পৰ্যন্ত জিলাখনলৈ আগমন ঘটে মুঠ ১৭৫ জন লোকৰ। প্ৰতিজন লোককে ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা
Read More...

হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়াৰ বিজিত গগৈ মহানুভৱতা

শিৱসাগৰ শিৱসাগৰ জিলাৰ হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবৰ মহানুভৱতা। ভয়াবহ ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশত ঘোষিত হ'ল লকডাউন। দেশত মহামাৰী ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ লোৱাৰ মাজতেব নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ
Read More...

নলবাৰীত দুমাহ বিৰতিৰ পিছত চলিল যাত্ৰীবাহী বাছ

নলবাৰী প্ৰায় দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা চলিল যাত্ৰীবাহী বাছ। অসম পৰিবহণ বিভাগৰ অধীনত সোমবাৰৰ পৰা আৰম্ভ হ’ল বাছ সেৱা। সোমবাৰৰ পৰা নলবাৰী-গুৱাহাটীৰ মাজত চলিল বাছ। ক’ৰোনা আতঙ্কৰ মাজতে এইদৰে নলবাৰীৰ
Read More...

শিলঘাটত সাপ উদ্ধাৰ

কলিয়াবৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ'ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত
Read More...

কলিয়াবৰত স্থানীয়ভাৱে নিৰ্মাণ অত‍্যাধুনিক হেণ্ড ছিনিটাইজাৰ সঁজুলি

কলিয়াবৰ  কলিয়াবৰৰ নলতলি আৰিমৰা উদ‍্যোগিক আন্তঃগাঠনি বিকাশ কেন্দ্ৰস্থিত পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজে স্থানীয় চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি হাত ব‍্যৱহাৰ নকৰাকৈয়ে ব‍্যৱহাৰযোগ‍্য হেণ্ড ছেনিটাইজাৰ সঁজুলি নিৰ্মাণ কৰি উলিয়াইছে। মূলত কিৰলোস্কাৰ
Read More...

কলিয়াবৰত সাতটা কোৱেৰাণ্টাইন কেন্দ্ৰ স্থাপন : ৩৪৮ খন বিচনাৰে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন, চিকিৎসা,…

কলিয়াবৰ  বহিঃৰাজ‍্যৰ পৰা ৰে'লেৰে সোঁত বৈছে অজস্ৰ লোক। ক’ৰোনা সংক্ৰমণৰ বিৰুদ্ধে সাজু হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন। বহিঃৰাজ্যৰৰ পৰা আহি কলিয়াবৰৰ বিভিন্ন স্থানলৈ আহিব লগা লোকসকলৰ আছুতীয়াকৈ ৰখাৰ বাবে কলিয়াবৰত সাজু হৈছে সাতটা স্থান।
Read More...