Breaking

Browsing Category

স্থানীয় বাৰ্তা

লংকাত চাইল্ড লাইন আৰু আইন সেৱা প্ৰাধিকৰণৰ যুটীয়া অভিযান

লংকা লংকাৰ পাঞ্জাৱী বস্তিৰ অৱতাৰ সিঙৰ বাসগৃহৰ পৰা সোমবাৰে এগৰাকী ১০ বছৰীয়া বনকৰা কিশোৰী উদ্ধাৰ হোৱা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১০ বছৰীয়া কিশোৰীগৰাকীক অৱতাৰ সিঙে নিজৰ ঘৰত বহু বছৰৰ পৰাই ঘৰুৱা কামত নিয়োজিত কৰাৰ
Read More...

যুগ্ম জীৱনৰ পাতনি মেলিলে নলবাৰীৰ এগৰাকী নাৰ্চে

নলবাৰী অব্যাহত আছে মাৰাত্মক ক’ভিড-১৯ ক’ৰোনা ভাইৰাছৰ আতংক৷ ক’ৰোনাৰ বিৰুদ্ধে চলিছে নিৰন্তৰ যুঁজ। সম্মুখৰ পৰা দিন ৰাতি এক কৰি এই যুঁজ চলাই গৈছে স্বাস্থ্য কৰ্মীসকলে। অহৰহ ৰাইজক আগবঢ়াইছে স্বাস্থ্য সেৱা। পিছে এই কৰ্তব্যৰ
Read More...

ফকিৰপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

খাৰুপেটীয়া ফকিৰপাৰাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰ্শাদ আলীক গ্ৰেপ্তাৰ কৰে দৰং জিলা আৰক্ষীয়ে। জাল নোট ছপোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। জানিব পৰা মতে ধৃত আৰ্শাদ আলীয়ে জাল নোট ছপোৱা কাৰ্য চলাই আহিছিল। এক গোপন সূত্ৰৰ পমখেদি
Read More...

বহিঃৰাজ্যত থকা লোকলৈ ধন প্ৰেৰণ : পৰিয়ালৰ মাজত আৰ্থিক সংকট

টিংখাং সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে অব্যাহত থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ দেওবাৰে অন্ত পৰে।ক’ৰোনা ভাইৰাছৰ বাবে বহিঃৰাজ্যত থকা অসমৰ হাজাৰ হাজাৰ লোক কৰ্মহীন হৈ পৰিছে। কৰ্মহীন হৈ পৰা বাবে বহিঃৰাজ্যত থকা লোকসকল তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন
Read More...

বোকাজানত ২০ লক্ষাধিক টকাৰ গাঞ্জা জব্দ : আটক ২

বোকাজান লকডাউনৰ সময়তে দেওবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ খটখতিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নিয়মীয়া নাকা তালাচিত খাটখতি আৰক্ষীয়ে এখন কনটেনাৰ ট্ৰাকত তালাচী চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
Read More...

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহজিলাৰ গোলাঘাট মাৰ্কেটিং ব’ৰ্ডত বিয়াগোম কেলেংকাৰীঃ তিনিজনক নিলম্বন

গোলাঘাট এটকা-দুটকা নহয় গোলাঘাটৰ মাৰ্কেটিং ব’ৰ্ডত সংঘটিত হৈছে তিনি কোটিৰো অধিক টকাৰ বিয়াগোম কেলেংকাৰী। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহজিলাত সংঘটিত হোৱা এই বৃহৎ কেলেংকাৰীয়ে জোকাৰণিৰ সৃষ্টি কৰিছে বিভাগটোৰ লগতে সমগ্ৰ ৰাজ্যত। প্ৰাপ্ত খবৰ
Read More...

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ডিৰাক- চুমণিৰ ন-দিহিং নৈৰ বান্ধ…

ডিৰাক সীমান্ত দেওবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন দিহিং নদীৰ ডিৰাক -চুমণি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বান নিয়ন্ত্ৰন বিভাগে প্ৰায় চাৰি
Read More...

দিহিং-পাটকাইত চলিব কয়লাৰ মুক্ত খনন : সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা

ডিব্ৰুগড় বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিঃশেষ কৰাৰ
Read More...

গেলেকীত এজনৰ কভিড-১৯ পজিটিভ : পিতৃসহ পৰিয়ালৰ ১২ জনক হোম কুৱাৰেণ্টাইন

নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীৰ এজন ছাত্রৰ কভিড-১৯ পজিটিভ বুলি সদৰী হোৱাৰ লগে লগে দেওবাৰে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছে৷ নাজিৰা গেলেকীৰ আব্দুল হাচিমৰ একমাত্ৰ পুত্ৰ তথা দিল্লী জাকিৰ হুছেইন মহাবিদ্যালয়ৰ
Read More...

লকডাউনে পোহৰলৈ আনিছে এজনৰ পাছত এজন প্ৰতিভা : টীয়কৰ যুৱ শিল্পীৰ কণ্ঠই মোহিছে বিভিন্নজনক

টীয়ক লকডাউন যদিও সকলোকে গৃহবন্দী কৰিছে বা বিভিন্ন ক্ষেত্ৰত সকলো হাহাকাৰ অৱস্থাত পৰিছে তৎস্বত্বেও এই মহামাৰীয়ে যেন স্তব্ধ কৰিব পাৰ নাই মানুহৰ প্ৰতিভাৰ অনান্য যাত্ৰাক৷ তাৰে প্ৰকাশ টীয়কৰ কাকজান বাম কুকুৰাচ'ৰাৰ বিকাশ সাধন ভড়ালী। নিজৰ
Read More...