Breaking

Browsing Category

স্থানীয় বাৰ্তা

গেলেকীত এজনৰ কভিড-১৯ পজিটিভ : পিতৃসহ পৰিয়ালৰ ১২ জনক হোম কুৱাৰেণ্টাইন

নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীৰ এজন ছাত্রৰ কভিড-১৯ পজিটিভ বুলি সদৰী হোৱাৰ লগে লগে দেওবাৰে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছে৷ নাজিৰা গেলেকীৰ আব্দুল হাচিমৰ একমাত্ৰ পুত্ৰ তথা দিল্লী জাকিৰ হুছেইন মহাবিদ্যালয়ৰ
Read More...

লকডাউনে পোহৰলৈ আনিছে এজনৰ পাছত এজন প্ৰতিভা : টীয়কৰ যুৱ শিল্পীৰ কণ্ঠই মোহিছে বিভিন্নজনক

টীয়ক লকডাউন যদিও সকলোকে গৃহবন্দী কৰিছে বা বিভিন্ন ক্ষেত্ৰত সকলো হাহাকাৰ অৱস্থাত পৰিছে তৎস্বত্বেও এই মহামাৰীয়ে যেন স্তব্ধ কৰিব পাৰ নাই মানুহৰ প্ৰতিভাৰ অনান্য যাত্ৰাক৷ তাৰে প্ৰকাশ টীয়কৰ কাকজান বাম কুকুৰাচ'ৰাৰ বিকাশ সাধন ভড়ালী। নিজৰ
Read More...

ভোট-জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল

টীয়ক ভোট-জলকীয়াৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কাৱৈমাৰীৰ এটা পৰিয়ালে। লকডাউনৰ ফলত সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ বিপৰীতে টীয়কৰ অনুজ বৰুৱা আৰু তেওঁৰ মাতৃ-পত্নীয়ে নিজৰ বাৰীতে ভোট-জলকীয়াৰ খেতি কৰি আৰ্থিকভাৱে
Read More...

নাজিৰাত বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ

নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ বৰমূৰীয়াসকলৰ কৃপাত মহকুমাবাসীয়ে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ কৰি ভয়াবহ জীৱন অতিবাহিত কৰিছে। মহকুমাটোৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক
Read More...

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

টীয়ক  সমগ্ৰ দেশ তথা ৰাজ্যৰ জনতা ক’ৰোনা ভাইৰাছৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ মাজতে শনিবাৰে মৰিয়নিৰ চেলেংহাট পদুমণি চেতিয়া গাঁৱৰ মনিবাৰী নামৰ এখন হাবিত বিয়লি স্থানীয় লোকে বৃহৎ পৰিমাণৰ মাছ সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে
Read More...

কলিয়াবৰত সামাজিক অনুষ্ঠানৰ সহযোগত আৰক্ষীৰ সজাগতা অভিযান

কলিয়াবৰ মাস্ক পৰিধানৰ বাবে কলিয়াবৰত সজাগতা অভিযান অনুষ্ঠিত হয়। পুৱেৰণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত চলায় এই অভিযান। মাস্ক নিপিন্ধা ব্যক্তিক মাস্ক উপহাৰ দি পৰিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে আৰক্ষী আৰু পুৱেৰণ সংঘৰ
Read More...

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনা : জামুগুৰিহাটৰ…

জামুগুৰিহাট মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে হোৱা যুঁজখনত দিন ৰাতি একাকাৰ কৰি সেনাপতিৰ ভূমিকা গ্ৰহণ কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদায় সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনাৰে শনিবাৰে জামুগুৰিহাটৰ মাধৱগাঁওস্থিত
Read More...

ৰাজ্যিক বিজেপি প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিধায়ক পদ্মৰ ‘কণ্যকা’

জামুগুৰিহাট সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনাৰ ত্রাসত কম্পমান। স্থবিৰ হৈ পৰিছে বিশ্বৰ প্ৰতিখন দেশৰে স্বাভাৱিক গতি।সামাজিক আৰু শাৰীৰিক ব্যৱধান ৰক্ষা কৰি নিজৰ লগতে মানৱজাতিক মৃত্যু মুখৰ পৰা ৰক্ষা কৰাৰ বাহিৰে আৰু এতিয়া কোনো গত্যান্তৰ নাই।
Read More...

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল…

দৰং দৰঙত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আঁচনিত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে৷ কৃষাণ সন্মান নিধি আঁচনিখনৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰায়েই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূল লক্ষ্য। কিন্তু এই আঁচনিখনত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ
Read More...

ৰেচনকাৰ্ড থকা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

নাজিৰা শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ( এন এফ এছ এ ) আঁচনিৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ তথা ৰেচন কাৰ্ড আহৰণ কৰা আৰ্থিকভাৱে সচ্ছল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। জিলাখনৰ বিভিন্ন
Read More...