Breaking

Browsing Category

স্থানীয় বাৰ্তা

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা
Read More...

দৰঙত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকক চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা

মঙলদৈ ৰাজ্যৰ বাহিৰৰ পৰা আহি দৰঙত উপস্হিত হোৱা লোকৰ স‌ংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ শুকুৰবাৰে পুৱতি নিশাও ১৫ জনকৈ লোক আহি উপস্থিত হৈছে  জিলাখনত৷ আৰক্ষীৰ সহযোগত এই লোকসকলক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসালয়ত
Read More...

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিজেপিৰ হোজাই জিলা সমিতিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি

লংকা লংকাৰ এগৰাকী মহিলাক টকা দিয়াৰ প্ৰলোভনেৰে  ধষৰ্ণৰ চেষ্টা কৰাৰ অভিযোগত  হোজাই জিলাৰ লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হোজাই জিলা বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি ক'মৰুল হক চৌধুৰীক। লংকা আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰে বিজেপিৰ সংখ্যালঘূ
Read More...

কলিয়াবৰত ২ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ : হিৰ’ইন জব্দ

কলিয়াবৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত ন-জানৰ পৰা দুজন ড্ৰাগ্‌ছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বাগৰী টহলদাৰী চকীৰ অন্তৰ্গত কুঠৰীৰ ন-জানৰ পৰা চাৰিটা সন্দেযুক্ত হিৰ'ইনৰ টেমা জব্দ কৰে
Read More...

কলিয়াবৰৰ বেঙেনাআটি, বৰুৱাআটিত মন্ত্ৰী কেশৱ মহন্ত : ভূৰবন্ধাৰ পৰা আমবাগান গড়কাপ্তানী পথ নিৰ্মাণৰ…

কলিয়াবৰ  ক’ৰোনা সংক্ৰমণ প্ৰতিহত কৰিবলৈ সমগ্ৰ ৰাষ্ট্ৰতে বলৱৎ চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন। এই জটিল সময়ছোৱাত কলিয়াবৰ সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ কাষত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত। অগপ দলীয় কৰ্মীক লগত লৈ পদুলিয়ে পদুলিয়ে খাদ‍্য তথা
Read More...

লংকাত সাংবাদিক, আৰক্ষীক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

লংকা  ক’ভিড-১৯ মহামাৰীৰ আতংকৰ মাজতে সাংবাদিকসকলে নিজৰ জীৱন তুচ্ছ কৰি হ’লেও নিজৰ তথা পৰিয়ালৰ কথা নাভাবি প্ৰতি মুহূৰ্তৰ  খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়ে। তদুপৰি আৰক্ষী সকলেও দিনে নিশাই  সেৱা আগবঢ়াই আহিছে। সেয়ে আৰক্ষী আৰু সাংবাদিকসকলক
Read More...

ঐশ্বৰ্যমণ্ডিত দৰঙৰ খটৰা সত্ৰত হিন্দু-মুছলিমৰ সমন্বয়

দৰং হিন্দু-মুছলিমৰ সমন্বয় ক্ষেত্ৰত পৰিণত হ’ল দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ৷ এজন মুছলমান যুৱক  ঐতিহাসিক খটৰা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ ভকতসকলৰ খবৰ লোৱাৰ উপৰি ভকতসকলৰ ওচৰত আঁঠু লৈ গ্ৰহণ কৰিলে আশীৰ্বাদ৷  যুৱ সমাজ কৰ্মী চৈয়দ আব্দুল্লা নামৰ
Read More...

টীয়কৰ ৰেণু বড়া মেমৰিয়েল একাডেমিকৰ প্ৰতিষ্ঠা দিৱস পালন

টীয়ক বিশ্ব ত্ৰাস ক’ৰোনাৰ প্ৰভাৱত আজি সমগ্ৰ বিশ্ব দিশহাৰা দেশে দেশে গৃহবন্দীসকলো দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ কৰি দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ তাৰ মাজতে অসমৰ শৈক্ষিক নগৰী হিচাপে পৰিচিত যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান
Read More...

দেশৰ আৰ্থ সামাজিক উন্নয়নত গুৰুত্ব গ্ৰামোন্নয়ন মন্ত্রীৰ

লংকা মহামাৰী ক’ৰোনাই সমগ্ৰ দেশতে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে গ্ৰাম্য উন্নয়নৰ সকলো আঁচনি সফলতাৰে ৰূপায়ণ কৰি যাতে গ্ৰাম্য দুখীয়া জনসাধাৰণক প্ৰকৃতাৰ্থত সহায় কৰাৰ লগতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো
Read More...

মৰিগাঁৱত শিপিনীৰ ধন আত্মসাৎ: জিলা উপায়ুক্তক অভিযোগ দাখিল দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী মৰিগাঁবাসীৰ

দৈনন্দিন বাৰ্তা সেৱা,মৰিগাঁও মৰিগাঁৱত শিপিনী চচাইটিৰ অধীনত জিলা খনৰ এশ গৰাকীকৈ মহিলাৰ শিপিনী প্ৰশিক্ষণৰ নামত অহা ধন লুণ্ঠন কৰা ঘটনাই সমগ্ৰ জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে, ৰীণা ডেকা নামৰ‌ এগৰাকী শিপিনী
Read More...