Breaking

Browsing Category

স্থানীয় বাৰ্তা

শিলনীজানত গাহৰি পালকৰ মাজত সজাগতা সভা

দেওপানী সমগ্ৰ বিশ্বতে মহামাৰী ক'ভিড-১৯য়ে মানৱ জাতিৰ ওপৰত যি সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে সমান্তৰালভাৱে বিভিন্ন পশু পক্ষী কুলৰ মাজতো বিভিন্ন ধৰণৰ বেমাৰে গা কৰি উঠিছে৷ বিশেষকৈ অসমৰ বিভিন্ন জিলাত পুহনীয়া গাহৰিৰ বিশেষ ৰোগৰ ফলত
Read More...

গোলাঘাটত বনৰীয়া মহৰ সন্ত্ৰাস

গোলাঘাট গোলাঘাট চহৰৰ দাঁতিকাষৰীয়া তৰফাট আহোম গাঁৱত এইবাৰ বনৰীয়া মহৰ সন্ত্ৰাস। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে উদভ্ৰান্ত হৈ থকা এটা বনৰীয়া মহ। ভয়ত ত্ৰস্তমান গাঁওবাসীয়ে ততালিকে বন বিভাগক খবৰ দিয়ে যদিও বহু
Read More...

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী…

গোলাঘাট তৃতীয় পৰ্যায়ৰ লকডাউনে একপ্ৰকাৰ দিশহাৰা কৰি পেলোৱা শ্ৰমজীৱী লোকসকলৰ কাষত থিয় দিলে গোলাঘাটৰ কেইবাটাও ছাত্ৰ সংগঠনে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক মহেন বৰাৰ সক্ৰিয়তাত সদৌ তাই আহোম ছাত্ৰ সন্থা,
Read More...

ক’ৰোনা সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা ৰক্তদাতা (এইচবিএছ)ৰ : জামুগুৰিহাটত ছেনিটাৰাইজ

জামুগুৰিহাট ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ ছেনিটাৰাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ সোমবাৰে বিয়লি স্বেচ্ছাসেৱী সংগঠনটোৰ কেবাগৰাকীও
Read More...

বকোৰ বৰুৱা বালিঝাৰত এক হৃদয় বিদাৰক ঘটনা : ভঙা ওপজাত দুৰ্বিষহ জীবন যাপন এটি কিশোৰৰ

বকো দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৰুৱা বালিঝাৰত এটি কিশোৰৰ জীবন যাপনত আহিছে অনেক ঘাত প্ৰতিঘাত। সমগ্ৰ ভাৰতবৰ্ষতেই চলি আছে লকডাউন তাৰ মাজতেই প্ৰকৃতিয়েই যেন তচনচ কৰিলে বকোৰ বালিঝাৰত এটি কিশোৰৰ।কিশোৰটিৰ নাম ছাদ্দাম হুছেইন৷ ছাদ্দাম
Read More...

অসমলৈ আহিবলৈ উদগ্ৰীৱ ২৩ জন শ্ৰমিক, ১৩০ কিলোমিটাৰ পদব্ৰজে কৰিছে যাত্ৰা : দলত জখলাবন্ধাৰ অভিজিত দাস…

কলিয়াবৰ  বহিঃৰাজ‍্যৰ লোকৰ বাবে ৰে'ল যাতায়াত মুকলি হোৱাৰ লগে লগে অসমলৈ আহিবলৈ উদগ্ৰীৱ প্ৰতিজন বহিঃৰাজ‍্যত কৰ্মৰত লোক। ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে খোজকাঢ়ি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে বহিঃৰাজ্যত আবদ্ধ অসম ২৩ গৰাকী শ্ৰমিকে। উত্তৰ প্ৰদেশৰ
Read More...

লংকাৰ ১নং ৰেলগেটৰ সমীপত উৰণীয়া সেতু নিৰ্মাণ কামত মৰণফাণ্ড সদৃশ পৰিৱেশ

লংকা  লকডাউনৰ সময়ত চৰকাৰে গ্রহণ কৰা কিছু  চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম থমকি ৰৈছিল যদিও লকডাউনত কিছু শিথিলতা অনাৰ পিছত আধৰুৱা কামসমূহ পূৰ্ণগতিত চলিছে। তাৰ সমান্তৰালভাৱে লংকাৰ ১নং ৰে’ল গেটৰ সমীপতো চলিছে উৰণীয়া সেতুৰ নিৰ্মানৰ কাম৷
Read More...

টিংখাঙত ৰক্তদানৰ শিবিৰ

টিংখাং যোগগুৰু ৰবিশংকৰৰ জন্মদিনৰ লগত সংগতি ৰাখি বুধবাৰে টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদানৰ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত ৰক্তদান কৰে আৰ্ট লিভিঙৰ ২০জন স্বেচ্ছাসেৱকে৷ অসম চিকিৎসা মহবিদ্যলয়ৰ ব্লাড বেংকৰ কাউন্সিলাৰ চন্দ্ৰ প্ৰভা
Read More...

খাৰুপেটীয়াত পদপথত বহা পাচলি বজাৰত আৰক্ষীৰ অভিযান

খাৰুপেটীয়া দৰঙৰ খাৰুপেটীয়াৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত পাচলি অনন্য দিনৰ দৰে বুধবাৰেও   খাৰুপেটীয়া নগৰৰ সমীপৱৰ্তী খেতাৰশ্বৰ গাঁৱৰ জি এন বি ৰোডৰ দুয়োকাষে পদপথত বহা বজাৰলৈ  বিক্ৰীৰ বাবে আনে। বিগত এসপ্তাহ ধৰি চলি থকা  উক্ত পদপথৰ বজাৰত
Read More...

ডুমডুমাত দিল্লীৰ বস্কনেট এন্ড আইডা-ৰ খাদ্য সামগ্ৰী বিতৰণ

ডুমডুমা  দিল্লীস্থ বস্কনেট এন্ড আইডা নামৰ সংগঠনটোৱে মাৰেলী ইন্ডিয়াৰ সহযোগত বুধবাৰে লকডাউনত বিধস্ত ডুমডুমা চহৰৰ ২৫ টা পৰিয়ালক একোটা গধুৰ খাদ্য সামগ্ৰীৰ টোপোলা দি সহায় কৰাত ডুমডুমাবাসী ৰাইজে সংগঠন দুটাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে৷
Read More...