Breaking

Browsing Category

স্থানীয় বাৰ্তা

বোকাজানত উত্তেজনা : চিকিৎসকে সংঘটিত কৰিলে যৌন নিৰ্যাতনৰ ঘটনা

বোকাজান যি সময়ত বিশ্বৰ চিকিৎসক সমাজে দিনে নিশাই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখি ক'ভিড-১৯ প্ৰতিৰোধৰ বাবে চৰম যুঁজত অৱতীৰ্ণ হৈ পৰি মানৱ সমাজৰ বাবে ঈশ্বৰৰ ট্ৰানকৰ্তা সদৃশ ৰূপ লৈছে তেনে সময়তে বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰৰ এগৰাকী পশু ৰূপী
Read More...

নকচু খানৰ হত্যাকাণ্ডত জড়িত দুজনক জে’ললৈ প্ৰেৰণ

ধনশিৰি লকডাউনৰ মাজতে যোৱা ১১ মেত সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ মূখ্য পথৰ কাষতে চাৰি পাচ জনীয়া দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান(৩১) নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে নকচু
Read More...

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে : প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে দায়িত্ব…

কলিয়াবৰ কলিয়াবৰত উদ্ধাৰ কৰা হৈছে তিনিটি ঢোঁৰা কাউৰী পোৱালী। প্ৰাতঃ ভ্ৰমণৰ সময়তে লেখনাথ শৰ্মা নামৰ শিক্ষক এগৰাকীয়ে জখলাবন্ধা চেকনীত উদ্ধাৰ কৰে বিলুপ্তিৰ পথলৈ গতি কৰা এই প্ৰজাতিৰ চৰাইৰ তিনিটা পোৱালী। পেছাত শিক্ষক যদিও সামাজিক
Read More...

নৱ নিৰ্বাচিত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়ছিং টকবিক কাৰ্বি আংলং জিলা আপকুৰ আদৰণি

দেওপানী  শতবৰ্ষ অতিক্ৰম কৰা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰা বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিঙ টকবিক ডিফুস্হিত আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ্
Read More...

ক’ৰোণা সংক্ৰমণৰ উৰাবাতৰিয়ে মানসিকভাৱে হাৰাশাস্তি কৰিছে টীয়কৰ এটা পৰিয়ালক

টীয়ক টীয়কত এতিয়া এটা ফেচবুকৰ পোষ্টে সচেতন সমাজত তুলপাৰ লগাইছে৷ এগৰাকী মহিলাৰ ফেচবুকত কাতৰ আহ্বান প্ৰশাসনলৈ "আমাক শীঘ্ৰে মেডিকেল টেষ্ট কৰক আৰু আভিযোগৰ পৰা পৰিত্ৰাণ কৰক "৷ ঘটনাটো টীয়কৰ, এই বিশেষ মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামীৰ
Read More...

প্ৰকৃত উদ্যোগী, কৰ্মীক লকডাউনে প্ৰভাম্বিত কৰিব পৰা নাই : ড° পিতাম্বৰ দেৱ গোস্বামী

টীয়ক অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে। টীয়কৰ কলিয়াপানীস্থিত
Read More...

চাহ বাগিচা কৰ্তৃপক্ষৰ হিটলাৰী নীতিৰ বিৰুদ্ধে সৰৱ আটছা স্বতন্ত্ৰ : দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীৰে…

নাজিৰা   লকডাউনৰ সময়ছোৱাত চৰকাৰে পত্ৰ নং এল ই ১৬/২০১৮/৪০৩৫-৯৮ তাৰিখ ২১ মাৰ্চ , ২০২০ যোগেদি অসমৰ সমগ্ৰ চাহ বাগিচা কৰ্তৃপক্ষক আদেশ জাৰি কৰে যে চাহ বাগিচাৰ স্থায়ী-অস্থায়ী, শ্ৰমিক, উপ-কৰ্মচাৰী আৰু কৰ্মচাৰীসকল শ্ৰম আইনৰ অধীনত লাভ কৰি অহা
Read More...

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত লাইনমেন আৰু সহায়কৰ অভাৱ

জামুগুৰিহাট জৰুৰী সেৱাসমূহৰ ভিতৰত বিদ্যুৎ সেৱাও অন্যতম৷ কিন্তু সেই সেৱাৰ লগত জড়িত লোকৰ সংখ্যা যেতিয়া বিভাগটোত তাকৰ হয়, তেতিয়াই দেখা দিয়ে যথেষ্ট সমস্যাৰ৷ তেনে এটি কাৰ্যালয়েই হৈছে জামুগুৰিহাটৰ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ
Read More...

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট  তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত ধলাইবিলত সংঘটিত পথ দুৰ্ঘটনাটোত ধলাইবিলৰ বৰমতা গাঁৱৰ
Read More...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত। মৃত্যু হোৱা কিশোৰটিৰ নাম জয়দ্বীপ ভূমিজ। ইফালে হঠাতে অহা এজাক ধুমুহা বৰষুণে
Read More...