Breaking

Browsing Category

স্থানীয় বাৰ্তা

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট  তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত ধলাইবিলত সংঘটিত পথ দুৰ্ঘটনাটোত ধলাইবিলৰ বৰমতা গাঁৱৰ
Read More...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত। মৃত্যু হোৱা কিশোৰটিৰ নাম জয়দ্বীপ ভূমিজ। ইফালে হঠাতে অহা এজাক ধুমুহা বৰষুণে
Read More...

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

ডিৰাক সীমান্ত 'বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে’ তাৰিখে ইটালীৰ ফ্লোৰেন্স চহৰত৷ ফ্লোৰেন্স
Read More...

নন্দিতা দাসৰ নিৰ্দেশত সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ : ১৪ দিনৰ কুৱাৰেণ্টাইনত আছিল কামৰূপৰ…

সোণতলী ক’ৰোনাত আতংকত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ৭০ হাজাৰ অতিক্ৰম কৰিলে৷ অসমতো ইতিমধ্য ৬৪ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ পুৰানগাঁৱৰ মফিজ উদ্দিন আক্ৰান্ত হৈছিল
Read More...

দৰঙৰ ধুলাত ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত মাৰপিট : হাতে হাতে দা, কুঠাৰলৈ আক্ৰমণ, আহত ১১

খাৰুপেটীয়া দৰঙৰ ধুলাত দুই ফৈদৰ মাজত সংঘটিত হোৱা তুমুল কাজিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াত ১১জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনা সংক্ৰান্তত জানিব পৰা মতে দৰং জিলাৰ
Read More...

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ পৰা দেশৰ অৰ্থনীতি কিছু শক্তিশালী কৰিবৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনত
Read More...

পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিৰ হাঁহাকাৰ : লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী গাখীৰ

দৰং লকডাউনৰ বাবে দৰঙৰ গো-পালকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ৷ ২০০ গো-পালকক লৈ গঠিত পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিত প্ৰতিদিনে ২০০০ হাজাৰৰ পৰা ২৫০০ পৰ্যন্ত গাখীৰ উৎপাদন কৰি অভিলেখ সৃষ্টি কৰাৰ লগতে
Read More...

বোকাজানত ড্ৰাগছসহ আটক ১

বোকাজান  বোকাজান নগৰৰ মাজমজিয়াত সোমবাৰে আৰক্ষীয়ে এখন নম্বৰ প্লেট বিহীন বাইকত অহা এজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন বালিপথাৰৰ দিলাওজানৰ ধীৰাজ চিংফৌ বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে ডিমাপুৰৰ পৰা বাইকেৰে
Read More...

ৰাজপথত ট্ৰাক চালকক মাস্ক পিন্ধালে মঙলদৈৰ বিধায়কে

মঙলদৈ মাস্ক নিপিন্ধাকৈ ঘৰৰ পৰা যাতে বাহিৰলৈ কোনো লোক ওলাই নাহে তাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে সোমবাৰে দৰং বিজেপিৰ উদ্যোগত মঙলদৈৰ ভিন্ন স্হানত মাস্ক বিতৰণ কৰে৷ জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত মঙলদৈৰ বিধায়ক
Read More...

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈ দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ পুণিয়া চকত দেওবাৰে আবেলি প্ৰায় দুই বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনা  সংঘটিত কৰা বাহনখনৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা৷ ঘটনাৰ বিৱৰণী অনুসৰি
Read More...