Breaking

Browsing Category

স্থানীয় বাৰ্তা

জামুগুৰিহাটত শিল্পীৰ ক’ৰ’ণা সজাগতাৰ ওপৰত ব্যতিক্ৰমী পদক্ষেপ : ক’ৰ’ণাক লৈ কল্প কাহিনীৰে…

জামুগুৰিহাট তলাবন্ধৰ  মাজতে নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেদি জনসাধাৰণৰ মাজত ক'ৰ’ণা ভাইৰাছৰ সজাগতা আনিবৰ বাবে ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ এচাম শিল্পী৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেইজনমান শিল্পীয়ে স্বৰ্গৰ এক কল্প কাহিনীৰে ক'ৰ’ণা সংক্ৰমণৰ পৰা
Read More...

বৰপথাৰত জব্দ কেইবা লক্ষাধিক অবৈধ অৰুণাচলী সুৰা

ধনশিৰি অসম চৰকাৰক কোটি কোটি টকাৰ ৰাজহ চুৰি কৰি  অবৈধভাৱে চলাই অৰুণাচলী সুৰা ব্যৱসায়ী চক্ৰটো যোৱা কিছু মাহ ধৰি স্তব্ধ হৈ পৰিছিল যদিও  উজনি অসমত পুনৰ সক্ৰিয় হৈ পৰিছে৷ বহু বছৰ ধৰি অবৈধ অৰুণাচলী সুৰা ব্যৱসায় চক্ৰটোৱে কাৰ্বি আংলং জিলাৰ
Read More...

নাজিৰাত কেচুসাৰৰ সলনি পলসুৱা মাটি, শিল

নাজিৰা  সমগ্ৰ দেশতে লকডাউনত। লকডাউনত সৰ্বস্বান্ত কৃষক। কৃষক শ শ বিঘা খেতি হৈছে নষ্ট। আনফালে কৃষি বিভাগে যোগান ধৰা কেচুসাৰতো এতিয়া দেখা গৈছে ব্যাগোম কেলেংকাৰি। জিলা কৃষি বিভাগলৈ এই কেচুসাৰ প্ৰদান কৰি পঞ্চায়তৰ জৰিয়তে কৃষকলৈ যোগান ধৰা
Read More...

সেনাই আটক কৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সত্যব্ৰতৰ বিৰুদ্ধে গোচৰ

টিংখাং ভাৰতীয় সেনা বাহিনীৰ এটা দলে মঙলবাৰৰ নিশা আটক কৰা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কুঁৱৰীগাঁৱৰ সত্যব্ৰত বুঢ়াগোঁহাই নামৰ যুৱকজনক যোৱা নিশা আৰক্ষীক গতাই দিয়ে। আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত আটক কৰা যুৱকজনক
Read More...

টিংখাঙত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ভুৱা হিতাধিকাৰী : তদন্তৰ দাবী

টিংখাং শূন্য সহনশীলতাৰ নীতিৰে পৰিচালিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক এইবাৰ কৃষি বিভাগত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যৰ সৰ্বত্ৰে তুমুল জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো
Read More...

ধুলা গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত অনিয়ম : তদন্তৰ দাবী সাংগঠনিক সম্পাদকৰ

খাৰুপেটীয়া ধুৱা চাঙত পৰিণত হৈছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক্য। ৰাজ্যখনৰ শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কামৰ প্ৰতি ৰাইজ সন্তুষ্ট হলেহে মুকলাই
Read More...

সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ  শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে। সতী ৰাধিকা হ'ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী
Read More...

কাৰ্বি আংলং জিলাত উল্লেখনীয় সেৱা ১০৮ৰ

দেওপানী সমগ্ৰ বিশ্বতেই ক’ভিড-১৯ মহামাৰীয়ে যি ত্ৰাস চলাই আছে তেনে ভয়ানক সময়তে দেশতো অব্যাহত আছে লকডাউন কাৰ্যসূচী৷ তেনে সময়তে অসম চৰকাৰৰ অধীনৰ এক জৰুৰীকালীন মানৱ সেৱাত উৎসৰ্গিত বিভাগ ১০৮ৰ কৰ্মচাৰীসকলেও আগবঢ়াই আহিছে তেওঁলোকৰ নিষ্ঠা
Read More...

দৰঙৰ নামখলাত শিক্ষাৰ সজুলি প্ৰদান অধ্যাপক খনিন্দ্ৰ কলিতাৰ

দৰং কৰ’নাৰ আতংকময় পৰিবেশত দেশজুৰি চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ব্যতিক্ৰমী মহানুভৱতা৷ লকডাউনৰ সৰ্বাত্মকৰূপত প্ৰভাৱ পৰিছে অসমৰ প্ৰায়বোৰ অঞ্চলত৷ এই লকডাউন ফলত বহু মানুহৰ খাদ্য সামগ্ৰীৰ নাটনি হৈছে যদিও একাংশ দল-সংগঠন তথা ছাত্ৰ
Read More...

বাইহাটা চাৰিআলিত তিনি তৰপীয়াকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি

বাইহাটা চাৰিআলি ক’ৰ’ণা ত্ৰাসৰ বাবে দেশত চলিছে এতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন। এই লকডাউনত বৰ্তমান গ্ৰীন জ'নত থকা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত  ব্যৱসায়ী সন্থাৰ সহযোগ প্ৰশাসনে তিনি ৰঙৰ চিহ্ন ব্যৱহাৰ কৰি (এক তিতীয়াংশ ৰূপত) তিনি তৰপীয়াকৈ
Read More...