Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

নাজিৰা নাজিৰাৰ মেছাগড় গোহাঁই গাঁৱৰ নিবাসী বগা বৰগোহাঁই, নাৰায়ণ বৰগোহাঁই ঘৰৰ পিছফালে পথাৰত বৃহৎ আকৃতিৰ দুষ্প্ৰাপ্য বনৰৌ এটা উদ্ধাৰ হয়। দুষ্প্ৰাপ্য বনৰৌটো প্ৰত্যক্ষ কৰি ঘৰৰ লোকে বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য বনৰৌতো
Read More...

গোলাঘাটত সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট দীৰ্ঘদিনীয়া লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ খাটি খোৱা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে লোকসকলক কিঞ্চিৎ সহায় কৰাৰ উদ্দেশ্যে গোলাঘাটৰ শ্ৰী সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
Read More...

হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন জনস্বাস্থ্য…

হাটশিঙিমাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত টেকনিকেল অফিচাৰ আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে নিজৰ প্ৰচেষ্টাত প্ৰস্তত কৰি উলিয়াইছে
Read More...

গোলাঘাটৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকৰ আৰ্থিক সাহায্য প্ৰদান

গোলাঘাট গোলাঘাটৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই ৰাজ্য চৰকাৰৰ ক'ভিড-১৯ পুঁজিলৈ তেওঁলোকৰ দৰমহাৰ পৰা মুঠ ৪৩,৩৬৫ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়৷
Read More...

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মূলত কাৰিকাৰী বিজুতিৰ বাবে বেংকটোৰ কামকাজ এক প্ৰকাৰে
Read More...

গোলাঘাটত ৭ মে’ৰ পৰা ঘৰে ঘৰে হ’ব ক’ভিড -১৯ৰ পৰীক্ষা

গোলাঘাট ক'ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংবাদমেলত এইকথা সদৰি কৰে উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে। জিলাখনৰ প্ৰায়
Read More...

নিজা বাসগৃহতে বন্তি জ্বলাই সতী ৰাধিকা দিৱস পালনৰ আহ্বান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ  অহা ৭ মে'ত সতী ৰাধিকা দিৱস৷ সতী ৰাধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক দলীল। সতী ৰাধিকা সেইগৰাকী মহিয়সী নাৰী, যি জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল। সতী ৰাধিকা সেইগৰাকী নাৰী যিয়ে জাত্যাভিমানী আৰু ৰক্ষণশীল
Read More...

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

পাণবাৰী দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ বিজনী
Read More...

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শিৱসাগৰ শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ৭ লাখ ৬০ হাজাৰ টকাৰ গুটখা ক্ৰয় কৰিছিল আনছাৰিয়ে৷ মঙলবাৰে পুৱা
Read More...

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

দৰং   দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত প্ৰায় ১৪ খনকৈ গাঁৱৰ লোক এইবাৰ বুৰ যাব বানপানীত৷ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ
Read More...