Breaking

Browsing Category

স্থানীয় বাৰ্তা

আৰম্ভ হ’ব এমৰেগাৰ কাম

গুৱাহাটী গ্ৰাম্য এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক দৈনিক মজুৰিৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমৰেগাৰ কাম আৰম্ভ কৰিবলৈ লৈছে৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে এমৰেগাৰ কাম বন্ধ হৈ আছিল৷ প্ৰতিটো ইচ্ছুক পৰিয়ালক এমৰেগাৰ অধীনত জব কাৰ্ড
Read More...

লকডাউনৰ মাজতে নগাঁৱত অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল বিবাহ

নগাঁও, : বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । যুৱক - যুৱতীয়ে নিজৰ বিবাহক লৈ ৰচে সপোন। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীৰ জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য সম্পন্ন কৰিব পৰা
Read More...

লকডাউনৰ মাজতে নগাঁৱত গুটখাৰ ৰমৰমীয়া বেহা : আটক ১

ৱেব ডেক্স, নগাঁওলকডাউনৰ মাজতেই নগাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গুটখা, পান মচলা। নগাঁও আৰক্ষীৰ শনিবাৰে সন্ধিয়া অভিযান চলাই জব্দ কৰে গুটখা। উল্লেখযোগ্য যে লকডাউনৰ মাজতেই নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে গুটখাৰ ৰমৰমীয়া বেহা।
Read More...

নিশা চিকিৎসালয়লৈ অহা নাৰ্চক ৰাজপথত ধৰ্ষণ চেষ্টা পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ : এটাক গণ প্ৰহাৰ, পেট্ৰল…

ৱেব ডেক্স, পাভৈ ক'ভিড-১৯ বিৰোধী যুঁজখনত মূখ্য ভূমিকা পালন কৰিছে চিকিৎসা কৰ্মীসকলে৷ যি সময়ত চিকিৎসা কৰ্মীসকলক ভগবানৰ লগত তুলনা কৰা হৈছে সেই সময়তেই চিকিৎসালয়লৈ আহি থকা দুগৰাকী নাৰ্চক ৰাজপথত আগচি ধৰি টনা আজোৰা কৰি ধৰ্ষণ কৰিবলৈ চেষ্টা
Read More...

৫ হাজাৰ মাক্স বিতৰণ গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈৰ

দৈনন্দিন বাৰ্তা , গেলেকী কমলাবাৰী বনভোজস্থলীৰ মুখ্য পৃষ্ঠপোষক গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈয়ে দিন হাজিৰা কৰি পৰিয়াল চলোৱা প্ৰায় পাঁচ হাজাৰ ব্যক্তিক একোটাকৈ মাক্স প্ৰদান কৰে। মুদিনগৰ, গেলেকী আৰু শিৱবাৰী চাহ বাগিচা এলেকাত থকা স্বত্বেও
Read More...

ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ গৰিহণা

অজয় ডেকা, মঙলদৈ বিটিএডিৰ বাক্সা জিলাৰ এচাম কৰ্ত্তব্যৰত সাংবাদিকক নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ কৰা কাৰ্যক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে৷শনিবাৰে এক প্ৰেছ বিবৃতিত ওদালগুৰি জিলা বাৰ্তাজীৱী
Read More...

লেখাপানী, জাগুনত ৰেচন কাৰ্ড নথকা লোকক বিনামূলীয়া চৰকাৰী চাউল

সুজিৎ হাতীবৰুৱা, জাগুন লকডাউনৰ সময়ছোৱাত খাদ্যৰ অভাৱত খাটি খোৱা লোকসকলৰ এক বৃহৎ অংশ চৰম বিপদত পৰিছে। এই সময়ত সকলোৰে সুবিধা হোৱাকৈ চৰকাৰী সাহায্য পুঁজিৰ পৰা ৰেচন কাৰ্ড নথকা লোকসকলক বিনামূলীয়া চৰকাৰী চাউল দিয়াৰ ব্যৱস্থা কৰা
Read More...

ডুমডুমাৰ ন-মেছাকীত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

পৰাগ গগৈ, ডিৰাক সীমান্ত ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তালাপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মেচাকী বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত ন-পথাৰ গাঁৱৰ এজন লোকৰ মৃত্যু হয়৷ মৃদুল শইকীয়া নামৰ লোকজনে বিগত সপ্তাহত হেৰুৱা দুটা গৰু বিচাৰিবলৈ গৈ ন-মেচাকী
Read More...

গৌৰীপুৰত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়ম

ছামচুল হক সেখ, গৌৰীপুৰ গৌৰীপুৰৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে লকডাউনত গৃহবন্দী হৈ
Read More...

দৰঙৰ খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান পুখুৰীৰ জীৱকুলৰ বাবে খাদ্য যোগান

দ্বীপেন ডেকা, নামখলাদৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান দেৱালয়ৰ পদ্মাপুখুৰীত থকা বহু সৰু বৰ কাছ আৰু মাছকে ধৰি শহা, ম’ৰা, হাঁহ, পাৰ চৰাই লকডাউনৰ সময়ত খাদ্য সংকটত পৰিছে৷ প্ৰতিদিনে সত্ৰ আৰু দেৱালয়লৈ অহা প্ৰকৃতিপ্ৰেমী আৰু
Read More...