Breaking

Browsing Category

স্থানীয় বাৰ্তা

লাহৰীঘাটত কোৱাৰেণ্টাইনৰ পৰা স্বগৃহলৈ বিদায় ১৫ ব্যক্তি

খাইৰুল ইছলাম, ভূৰাগাঁও মৰিগাঁৱৰ লাহৰীঘাটত এমাহ এদিনৰ অন্তত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইন গৃহৰ পৰা স্বগৃহলৈ বিদায় দিলে ১৫ গৰাকীকৈ ব্যক্তিক। উল্লেখ্য যে জিলাখনৰ জাগীৰোডৰ ১২ গৰাকী, লাহৰীঘাটৰ ২ গৰাকী আৰু মৈৰাবাৰীৰ বহলামুখৰ ১
Read More...

পদুমনিত আত্মসহায়ক গোটৰ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

ধনশিৰিক'ভিড ১৯ৰ মহামাৰীৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱা বাবে প্ৰতিটো অঞ্চলত মাস্কৰ চাহিদা পুৰণ কৰিবলৈ মহিলাসকলৰ উপৰি আত্মসহায়ক গোটসমূহে বিশেষভাৱে উদ্যোগ লোৱা পৰিলক্ষিত
Read More...

পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনেৰে দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি

সমগ্ৰ বিশ্বৰ লগতে দেশত সৃষ্টি হোৱা অদৃশ্য শত্ৰু ক’ৰ’ণাৰ আতংকৰ বাবে এইবাৰ অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহু উদ্‌যাপন কৰিব নোৱাৰিলে ৰাইজে। বিহু উদ্‌যাপন কৰিব নোৱাৰিলেও নুমলীগড়ৰ দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠান সামৰিলে
Read More...

গোলাঘাটত যুৱ সমাজ সেৱক অনুৰাগ চলিহাৰ মহানুভৱতা : চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীক সম্বৰ্ধনা

গোলাঘাটঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ সমাজসেৱক অনুৰাগ চলিহাৰ নেতৃত্বত শনিবাৰে ইতিমধ্যে সেউজ মণ্ডলত প্ৰৱেশ কৰা গোলাঘাটত ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য বিভাগৰ
Read More...

নুমলীগড়ত বাঘৰ আক্ৰমণত আহত ১

ভাৰত দাস, নুমলীগড়নুমলীগড়ত অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত পুনৰ আহত হয় এজন ব্যক্তি৷ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ঢলাগুৰি চাহ বাগিচাত শনিবাৰে বাঘৰ আক্ৰমণত লোকজন আহত হয়। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজন
Read More...

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ৩ মে’ত পাথৰিঘাটত সম্বৰ্ধনা আয়োজন

অজয় ডেকা, মঙলদৈ মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক,স্বাস্থ্যকৰ্মী আৰু আৰক্ষীক ৩ মে’ৰ দিনৰ ১০.৩০ বজাত পাথৰিঘাট আৰক্ষী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা
Read More...

হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক, স্বাস্থ্য কৰ্মী নথকাৰ…

আব্দুল্লাহ শেখ, হাটশিঙিমাৰীসমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰ্তব্য পালনত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী। আনফালে আকৌ আন একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে নিজৰ কৰ্তব্য পালনত
Read More...

শিৱসাগৰত সাংবাদিকৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ

আব্দুল মুস্তাক, আছিফ আলী, শিৱসাগৰশিৱসাগৰত কৰ্তব্যৰত সাংবাদিকসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে অসমৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ শুকুৰবাৰে সন্ধিয়া শিৱসাগৰৰ আৱৰ্ত ভৱনত মন্ত্ৰীজনে এই কাৰ্যসূচী গ্ৰহণ কৰে৷ আনহাতে,
Read More...