Breaking

আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল…

0 27

আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা।

৫৪৩খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৮,৩৬০গৰাকী প্ৰাৰ্থীয়ে।

Exit Pollৰ মতে NDA-এ ৩৭৯খন আসন লাভৰ সম্ভাৱনা।

সকলোৰে মনত প্ৰশ্ন নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী, কাৰ পক্ষত জনতাৰ ৰায়দান?

Leave A Reply

Your email address will not be published.