Breaking

লোকসভা নিৰ্বাচনৰ ফলাফলঃ অসমত ক’ত, কোন আগবাঢ়ি আছে…

0 50

আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।


পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা।


৫৪৩খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৮,৩৬০গৰাকী প্ৰাৰ্থীয়ে।

আনহাতে অসমৰ ১৪টা সমষ্টিত ভালেকেইগৰাকী হেভীৱেট প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই নিৰ্বাচনত।

অসমত ভালেকেইগৰাকী প্ৰাৰ্থীৰ মাজত হ’ব তুমূল নিৰ্বাচনী যুঁজ।

ডিব্ৰুগড় লোকসভা সমষ্টিত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল।

যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৩৭৮৪৫টা ভোট লাভ কৰিছে।

ধুবুৰী লোকসভা সমষ্টিত আগবাঢ়ি আছে ৰকিবুল হুছেইন।

Leave A Reply

Your email address will not be published.