Breaking

লোকসভাৰ অধ্যক্ষ ওম বিৰলাক উষ্ম অভিনন্দন জ্ঞাপন

0 9

লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএ-ৰ সাংসদসকলে সাক্ষাৎ কৰে।

ওম বিৰলাক উষ্ম অভিনন্দন জ্ঞাপন কৰে।

এই সময়ছোৱাত তেখেতসকলে সৌহাৰ্দপূৰ্ণ বাৰ্তালাপত মিলিত হয়।

Leave A Reply