Breaking

সংসদৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন

0 21

অনুষ্ঠিত হব সংসদৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন । ইয়াকে লৈ আজি লোকসভা অধ্যক্ষ পদৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হব । উল্লেখ্য যে নিৰ্বাচনত জয়ী কৰাৰ বাবে এনডিএৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ৮ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞতা থকা এগৰাকী সাংসদ কে সুৰেশক ইণ্ডিয়া মৰ্চাই থিয় কৰাইছে । ইফালে নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীৰ সংখ্যা ২৯২ গৰাকী, বিপৰীতে ইণ্ডিয়া মৰ্চা গোটৰ প্ৰাৰ্থীৰ সংখ্যা ২৩৪ গৰাকী আৰু নিৰ্দলীয় ১৬ গৰাকী ।

সংসদৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন

সেই অনুসৰি এনডিএৰ প্ৰাৰ্থী ওম বিৰলাৰ ভোটৰ ব্যৱধানত বেছি হ’লে জয়লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰা পৰিলক্ষিত হয় । তদুপৰি ওম বিৰলা প্ৰাক্তন লোকসভাৰ অধ্যক্ষ হয় যদিও ১৯৮৯, ১৯৯১, ১৯৯৬, ১৯৯৯, ২০০৯, ২০১৪, ২০১৯ আৰু ২০২৪ত ৮বাৰকৈ প্ৰাক্তন সাংসদ হিচাপে কে সুৰেশ আছিল ।

Leave A Reply