Breaking

আজি লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, পুৱা ১১ বজাত অনুষ্ঠিত হ’ব ভোটদান পৰ্ব…

0 9

আজি লোকসভাৰ অধ্যক্ষ নিৰ্বাচন।

পুৱা ১১ বজাত অনুষ্ঠিত হ’ব ভোটদান পৰ্ব।

অধ্যক্ষ পদক লৈ সমুখ সমৰত NDA-I.N.D.I.A.।

ওম বিৰলাৰ সন্মুখত কে সুৰেশৰ প্ৰত্যাহ্বান।

লোকসভাত ভংগ হ’ল ৭২ বছৰীয়া পৰম্পৰা।

প্ৰথমবাৰৰ বাবে অধ্যক্ষ পদত হ’ব নিৰ্বাচন।

৫৪৩ সাংসদ বিশিষ্ট লোকসভাত বিজয়ৰ বাবে প্ৰয়োজন ২৭২ টা ভোট।

Leave A Reply