Breaking

১০০ বছৰ জীয়াই থকাৰ ইচ্ছা নেকি? এই সমূহ নিয়ম মানি চলক…

0 46

শৰীৰ সম্পূৰ্ণ সুস্থ হৈ থাকিলেহে দীৰ্ঘায়ু সম্ভৱ। ৰোগে আগুৰি থকা শৰীৰ এটাৰ বেছিদিন জীয়াই থকাৰ সম্ভাৱনা কমি যায়। এনে পৰিস্থিতিত সুস্থ শৰীৰৰ বাবে ঔষধৰ দৰে খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।কোনবোৰ খাদ্যাভ্যাস গ্ৰহণ কৰিলে আপুনিও দীৰ্ঘ আৰু সুস্থ জীৱন যাপন কৰিব পাৰিব জানো আহক-

ৰাতিপুৱা ৬ বজাত সাৰ পোৱাৰ পিছত প্ৰথমে কুহুমীয়া পানী খাব লাগে। কেতিয়াবা তাত নেমু অলপ চেপিও খাব পাৰে। এঘণ্টাৰ পিছত গাখীৰ, ফল-মূল খাব পাৰে।

আনহাতে ৰাতিপুৱা ১০ বজাত পাতলীয়া ব্ৰেকফাষ্ট কৰিব পাৰে।

১২ বজাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰে। দুপৰীয়াৰ আহাৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, শাক-পাচলি আৰু কিছু ফল-মূল আদি খাব পাৰে।

১:৩০ৰ পৰা ২:১৫ বজাত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিবলৈ মিঠা কিবা এটা খাব পাৰে। সন্ধিয়া চকলেট, কল বা ষ্ট্ৰবেৰী, বাদাম, মাখন খাব পাৰে।

নিশা ৮-৯ বজাৰ ভিতৰত স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব। লগতে সোনকালে টোপনি যাবলৈও চেষ্টা কৰিব।

Leave A Reply

Your email address will not be published.