Breaking

পেৰিছ অলিম্পিকৰ ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই…

0 49

পেৰিছত প্ৰথমখন মেচত দুৰ্দান্ত বিজয় অসম কন্যাৰ।

পেৰিছ অলিম্পিকৰ ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই।

নৰৱে’ৰ প্ৰতিদ্বন্দ্বী চুনীভা হফষ্টাডক পৰাস্ত লাভলীনাৰ।

৯ আগষ্টত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা।

Leave A Reply

Your email address will not be published.