Breaking

আজি পেৰিচ অলিম্পিকৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই, লাভলীনাক জনাওক শুভেচ্ছা…

0 24

আজি পেৰিচ অলিম্পিকৰ ৰিঙত নামিব লাভলীনা।

আজি বিয়লি ৩.৫০ মিনিটত পেৰিচ অলিম্পিকৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই।

লাভলীনাৰ খেলক লৈ উত্কণ্ঠিত দেশবাসী।

লাভলীনাৰ প্ৰথম প্ৰতিদ্বন্দী নৰৱে’ৰ ছুন্নিভা হভষ্টাড।

লাভলীনাক আপুনিও জনাওক শুভেচ্ছা।

Leave A Reply

Your email address will not be published.