Breaking

আজিৰে পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ, আহিছে দেশ-বিদেশৰ বহু ভক্ত…

0 44

আজিৰে পৰা কামাখ্যা ধামত মহা অম্বুবাচী মেলা।

কামাখ্যা ধামলৈ আহিছে দেশ-বিদেশৰ বহু ভক্ত।

উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু।

আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি।

Leave A Reply

Your email address will not be published.