Breaking

পীড়াকটাত তিনি দিনীয়াকৈ মহাৰুদ্ৰ যজ্ঞৰ আয়োজন সম্পন্ন

0 2,038

মহামাৰীৰ কৰ’না ফলত সমগ্ৰ বিশ্বতে মানৱ সমাজ স্তব্ধ হৈ পৰিছিল জনজীৱন । বৰ্তমান ক’ৰনা ভেকচিন আৱিষ্কাৰ হোৱাত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে মানৱ সমাজৰ ।ধৰ্মীয় অনুষ্ঠান সমুহ সকলোতে আয়োজন কৰিবলৈ লৈছে বৰ্তমান। টীয়কৰ পীড়াকতা দক্ষিণ ব্ৰাক্ষ্মণ গাওঁ হৰিমন্দিৰত অহা ফাগুন মাহৰ ২৩,২৪,২৫ তাৰিখে তিনিদিনীয়াকৈ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ আয়োজন সুচাৰুভাৱে সামৰণি পৰিছে ।এই মহান যজ্ঞৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ শান্তিৰ লগতে পৃথিৱী অসুখৰ পৰা মুক্ত পোৱাৰ বাবে আয়োজন উদ্যোক্তা মঞ্চৰ  । এই যজ্ঞ ভাগী পৰিচালনা কৰে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক, শংকৰাচাৰ্য বঁটাপ্ৰাপ্ত, সাহিত্যিক পেঞ্চনাৰ  ৰোহিনী বল্লভ গোস্বামীৰ লগতে স্থানীয় অঞ্চলবাসীয়ে।আয়োজকে মণ্ডলীয়ে ভক্ত প্ৰাণ ৰাইজৰ উপস্হিতি আৰু সহায় সহযোগিতা কামনা কৰাত  সকলোকে ধন্যবাদ জ্ঞাপন কৰিছ ।

Leave A Reply

Your email address will not be published.