NITI আয়োগৰ বৈঠক আধাতে এৰি ওলাই আহিল মমতা বেনাৰ্জী…

NITI আয়োগৰ বৈঠক আধাতে এৰি ওলাই আহিল মমতা বেনাৰ্জী। উল্লেখযোগ্য, আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল NITI আয়োগৰ নৱম সংখ্যক গৱৰ্ণিং কাউন্সিলৰ বৈঠক। কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বৰ্জন কৰিছিল এই বৈঠক।

বিৰোধীৰ তৰফৰ পৰা একমাত্ৰ ময়েই উপস্থিত আছিলোঁ। ভাষণৰত অৱস্থাতে মাইক বন্ধ কৰি দিয়াৰ অভিযোগ। প্ৰতিগৰাকীক ১০ৰ পৰা ২০ মিনিটলৈকে সুবিধা দিয়াৰ পৰিৱৰ্তে মমতা বেনাৰ্জীক ৫ মিনিট দিয়াৰ অভিযোগ। বৈষম্যমূলক আচৰণৰ অভিযোগ মমতা বেনাৰ্জীৰ।

Related Articles