Breaking

ভাৰতীয় ফুটবল দলৰ নতুন মুখ্য প্ৰশিক্ষক মান’লো মাৰ্কেজক নিযুক্তি…

0 28

ভাৰতীয় ফুটবল দলৰ নতুন মুখ্য প্ৰশিক্ষক নিযুক্তি। মান’লো মাৰ্কেজক মুখ্য প্ৰশিক্ষক নিযুক্তি। AIIF-য়ে সদৰী কৰে মুখ্য প্ৰশিক্ষক নিযুক্তিৰ কথা। ইগৰ ষ্টিমাকৰ ঠাইত নতুন প্ৰশিক্ষক নিযুক্তি।

ভাৰতীয় দলৰ লগতে ২০২৪-২৫ ছিজনত এফ চি গোৱাৰ দায়িত্বও পালন কৰিব মাৰ্কেজে।জানিব পৰা মতে, ৩ বছৰৰ চুক্তিত স্পেনিছ কোচ

মানোলোক স্বাক্ষৰ কৰাব বিচাৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে।তেওঁৰ প্ৰশিক্ষণত গোৱাই আইএছএলত তিনি নম্বৰত শেষ কৰিছিল। 

Leave A Reply

Your email address will not be published.