Breaking

পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে মনু ভাকৰে, একেখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা স্বাধীনতোত্তৰ কালৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত মনু…

0 39

একেখন অলিম্পিকতে দুটাকৈ পদক অৰ্জন কৰা স্বাধীনতোত্তৰ কালৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’ল মনু ভাকেৰ।

পেৰিছ অলিম্পিকত মনু ভাকৰে ৰচিলে ইতিহাস ৷

একেখন অলিম্পিকত একাধিক পদক বিজয়ী প্ৰথম ভাৰতীয় হিচাপে ইতিহাসত নাম খোদিত মনুৰ৷

সৰৱজ্যোত-মনুৰ যুটিয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক৷

Leave A Reply

Your email address will not be published.