Breaking

উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ২০০ তীর্থযাত্রী আৱদ্ধ…

0 22

উত্তৰাখণ্ডৰ তেহৰীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সৃষ্টি হৈছে।

ডাৱৰ বিস্ফোৰণত নিহত হৈছে দুজন লোকৰ।

ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানে উটুৱাই নিলে দোকান, কালভার্ট।

কেদাৰনাথলৈ যোৱা ভীমবালি পথত ভূমিস্খলনৰ ফলত আবদ্ধ ২০০ তীর্থযাত্রী।

নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি মন্দাকিনী নদীৰ জলপৃষ্ঠ।

Leave A Reply

Your email address will not be published.