Breaking

তিতাবৰৰ বৰহোলাৰ বেকাজান অঞ্চলত ভয়ংকৰ ঘূৰ্ণি বতাহত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি…

0 23

তিতাবৰৰ বৰহোলাৰ বেকাজান অঞ্চলত ভয়ংকৰ ঘূৰ্ণি বতাহ : ঘূৰ্ণি বতাহত নামঘৰৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি । তিতাবৰৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী বেকাজানৰ বিজয় নগৰ অঞ্চলত হঠাৎ অহা এজাক

ঘূৰ্ণি বতাহে নামঘৰ আদি ৰাজহুৱা অনুষ্ঠানৰ লগতে বহু পৰিয়ালৰ ঘৰ আৰু শস্য নষ্ট কৰে। শুক্ৰবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত অহা এই ঘূৰ্ণী বতাহ প্ৰায় আধা ঘণ্টা সময় ধৰি

অঞ্চলটো তচনচ কৰি যোৱাৰ পিছত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত হাঁহাকাৰ সৃষ্টি হয়।

Leave A Reply

Your email address will not be published.