Breaking

ৰাছিয়াত প্ৰচণ্ড ভূমিকম্প, তাৰ পাছতে আগ্নেয়গিৰি উদ্গীৰণ…

0 35

ৰাছিয়াত প্ৰচণ্ড ভূমিকম্প, তাৰ পাছতে আগ্নেয়গিৰি উদ্গীৰণ। দেশখনৰ পূব উপকূলৰ কামচাটকাত অনুভূত প্ৰচণ্ড জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৭.০ । ইয়াৰ পাছতে উদ্গীৰণ ঘটে বৃহৎ শিভেলুচ আগ্নেয়গিৰিটো।

সমুদ্ৰপৃষ্ঠৰ পৰা ৮ কিঃমিঃ ওপৰলৈ উঠে আগ্নেয়গিৰিৰ ধোঁৱা-ছাই।

Leave A Reply

Your email address will not be published.