Breaking

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ…

0 78

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ। অহৰহ গতিত নিৰ্গমন হৈছে প্ৰাকৃতিক গেছ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত তীব্ৰ আতংক।

অইলৰ ৬৭ নম্বৰ তৈলখাদত সংঘটিত এই ঘটনা । ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তিত অৱস্থিত তৈলখাদত এই গেছ নিৰ্গমন। ৩৬৭ নম্বৰ তৈলখাদত সংঘটিত এই কাণ্ড।

ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী। এতিয়ালৈকে অইল কৰ্তৃৰ্ক্ষই বন্ধ কৰিব পৰা নাই গেছৰ নিৰ্গমন।

Leave A Reply

Your email address will not be published.