Breaking

দেৰগাঁৱৰ দাধৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড…

0 12

দেৰগাঁৱৰ দাধৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ পুতুল বৰা নামৰ এজন ব্যক্তিৰ এখন গেলামালৰ দোকান জ্বলি ছাৰখাৰ।
কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত ৷

Blazing fire flame black and white for background and abstract


দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দাধৰা শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ সমীপত নিশা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত ৷

ৰাইজ তথা অগ্নিনিৰ্বাহক বাহিনীৰ অপ্ৰাণ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে ঘন বসতিপূণ অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply