Breaking

বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী…

0 26

আজি বিজেপিৰ যোগদান সমাৰোহত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ,

প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত সভাপতি অঞ্জন দত্তৰ কন্যা অংকিতা দত্তৰ লগতে ভালেকেইগৰাকীয়ে গেৰুৱা বসন পৰিধান ৷

উল্লেখ্য যে শনিবাৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰৰ কাৰ্যকালত মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা বিস্মিতা গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে। গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদকে ধৰি সকলো দায়িত্ব ত্যাগ কৰি পদত্যাগ পত্ৰ জমা দিয়ে৷

Leave A Reply