Breaking

কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন, ভূমিস্খলনত ৬৩ জন নিহত; প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ…

0 45

কেৰালাৰ ৱায়নাডত প্ৰবল বৰষুণৰ লগতে ভয়ংকৰ ভূমিস্খলন৷

ভূমিস্খলনত শিশুসহ ৬৩ জনকৈ লোকৰ মৃত্যুৰ হয়৷

২৫০ জনকৈ লোকক উদ্ধাৰ কৰা হৈছে।

শোকাৱহ ঘটনাৰ পাছতে টুইটযোগে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

Leave A Reply

Your email address will not be published.