Breaking

মেঘালয়ৰ কুলিয়াঙত বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

0 24

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি।

বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন।

বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভূমিস্খলন। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা।

Leave A Reply

Your email address will not be published.