August 10, 2024 মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন… Share FacebookTwitterWhatsAppTelegramKooEmail মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পত্নীৰ মৃত্যু। ৮৬ বছৰ বয়সত শেষনিশ্বাস ত্যাগ মালতী বৰ্মনৰ। আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত পুৱা ৯ বজাত মৃত্যু। Related Articles ছেটেলাইটৰ বাবে মাটি নালাগে, ৰাজ্য চলোৱাৰ সপোন দেখে:ভূপেন বৰাক কটাক্ষ মুখ্যমন্ত্ৰীৰ – SATELLITE দৈনন্দিন বাৰ্তা - March 13, 2025 Barpeta Holi 2025: হোলী গীতৰ সুৰত দ্বিতীয় বৈকুণ্ঠপুৰীৰ পৰিৱেশ বৰপেটা সত্ৰত দৈনন্দিন বাৰ্তা - March 13, 2025 বৰপেটাত দৌল মহোৎসৱআৰু হোলীগীত ।barpeta holi দৈনন্দিন বাৰ্তা - March 13, 2025