সাপেখাতীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ চৰকাৰী ভাৱে মে-ডাম মে-ফী পালন।(Me-Dam-Me-Phi)দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে মে-ডাম মে-ফীৰ আয়োজন। সোণাৰিৰ সাপেখাতীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ চৰকাৰী ভাৱে মে-ডাম মে-ফী পালন।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, চৰাইদেউ জিলা প্ৰশাসন আৰু বৃহত্তৰ কেন্দ্ৰীয় মেডাম-মে-ফীৰ উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত হৈ থকা ২৪ সংখ্যক মে- ডাম -মে -ফি ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্যাংশ এয়া।লগতে মে- ডাম -মে -ফি ৰ মুকলি সভা উদ্বোধনী মুহুৰ্তত্বত উপস্থিত থাকি কাৰ্যসূচীত ভাগ লয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু প্ৰাক্তন সাংসদ তপন গগৈ।