medicines cost: ঔষধৰ মূল্যতকৈ সৰ্বাধিক ৯০ শতাংশ কম অধিক খৱৰ পঢ়িবলৈ

medicines cost বজাৰৰ আন ঔষধৰ মূল্যতকৈ সৰ্বাধিক ৯০ শতাংশ কম মুল্যত medicines cost ঔষধ লাভ কৰিব দুখীয়া ৰাইজে।পোন প্ৰথমবাৰৰ বাবে ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাইজে পাব সকাহ। আৰু এই খন ফাৰ্মাচীয়ে আজি গোৱালপাৰা ৰাইজৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই অনা পৰিলক্ষিত হয়।


দৈনন্দিন বাৰ্তা ২৬ ছেপ্টেম্বৰ গোৱালপাৰাজিত জামান

medicines cost এতিয়াৰে পৰা গোৱালপাৰাৰ দুখীয়া দৰিদ্ৰ ৰাইজে ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰত পাব বৃহৎ সকাহ।কিয়নো গোৱালপাৰা অসামৰিক চিকিৎসালয় প্ৰাঙ্গনত আনুষ্ঠানিক ভাৱে মুকলি হ’ল ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰী ভাৰতীয় জন‌ঔষধি আঁচনিৰ অধীনত এখন ফাৰ্মাচী ।এই ফাৰ্মাচী খন আজি গোৱালপাৰা অসামৰিক চিকিৎসালয় প্ৰাঙ্গনত মুকলি কৰে গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে। বজাৰৰ আন ঔষধৰ মূল্যতকৈ Maximum 90 per সৰ্বাধিক ৯০ শতাংশ কম মুল্যত ঔষধ লাভ কৰিব দুখীয়া ৰাইজে।পোন প্ৰথমবাৰৰ বাবে medicines costঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাইজে পাব সকাহ। আৰু এই খন ফাৰ্মাচীয়ে আজি গোৱালপাৰা ৰাইজৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই অনা পৰিলক্ষিত হয়।তাৰোপৰি দীৰ্ঘদিন ধৰি চিকিৎসালয় খনত দালালৰ উপদ্ৰৱে শলঠেকত পেলাই আহিছিল দূখীয়া ৰাইজক, সেইক্ষেত্ৰত চিকিৎসালয় উৰ্ধতম কতৃপক্ষক্ষ দালাল আতৰোৱাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা বুলি অৱগত কৰে আয়ুক্ত গৰাকীয়ে।

অধিক খৱৰ পঢ়িবলৈ

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান প্ৰৱঞ্চক চক্ৰৰ! মন্ত্ৰীৰ কেবিন পালেগৈ প্ৰৱঞ্চকৰ জাল

Related Articles