Breaking

মেঘালয়ত বৃদ্ধি পাইছে HIVত আক্ৰান্ত শিশু…

0 17

মেঘালয়ত বৃদ্ধি পাইছে HIVত আক্ৰান্ত শিশু।৩৬৪টা শিশুৰ দেহত ধৰা পৰিছে মাৰাত্মক এইডছ।মেঘালয়ত HIVত আক্ৰান্ত ৮হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোক।

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আইনৰ অধ্যক্ষ প্ৰিয়ংকা কানুংগোৱে HIVত আক্ৰান্ত শিশুসকলে যাতে স্পৰছৰশ্বিপ লাভ কৰে তাৰ বাবে চৰকাৰৰ লগত আলোচনাত বহিব বুলিও জানিবলৈ দিয়ে।

Leave A Reply