Breaking

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয় ! ৩০% হোটেল বুকিং বাতিল…

0 109

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়। মেঘালয়ৰ পৰ্যটনত পৰিছে বিৰূপ প্ৰভাৱ। শুকুৰবাৰৰ দিনটোত মেঘালয়ত ৩০% হোটেল বুকিং বাতিল।

আজিৰ দিনটোতো হোটেল বুকিং প্ৰায় ৫০% বাতিল হোৱাৰ সম্ভাৱনা। প্ৰেছ ৰিলিজযোগে শুকুৰবাৰৰ দিনটোত ৩০% ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰিছে মেঘালয়ৰ কেইবাটাও স্থানীয় সংগঠনে।

অসমৰ পৰ্যটক আৰু কেব মেঘালয়ত প্ৰৱেশত বাধা দিয়া কাৰ্যক NESO, আছুৰ লগতে মেঘালয়ৰ ৭ টা স্থানীয় সংগঠনৰ বিৰোধিতা।

Leave A Reply

Your email address will not be published.