Breaking

মাৰ নামত এজোপা গছঃ এজোপা বকুল গছৰ পুলি ৰোপণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

0 22

মাৰ নামত এজোপা গছ, অমৃত বৃক্ষ আন্দোলন ২.০ৰ অংশৰূপে আজি জাগীৰোডস্থিত পৰিদৰ্শন বঙলাত এজোপা বকুল গছৰ পুলি ৰোপণ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।

Leave A Reply

Your email address will not be published.