Breaking

গহপুৰত উপস্থিত হৈ সোলেঙী নৈৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ…

0 142

গহপুৰত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা।পাহাৰীয়া খৰস্ৰোতা সোলেঙী নৈৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুজ হাজৰিকাৰ। যোৱাটো বাৰিষাত দুটা স্থানত মথাউৰি ভাঙিছিল সেলেঙি নদীয়ে। এইবেলি ১২ কিঃমিঃ মথাউৰি সৱলীকৰণ কৰা হৈছে। সেয়ে শনিবাৰে পৰিদৰ্শন কৰিবলৈ গহপুৰত উপস্থিত হয় মন্ত্ৰীগৰাকী।


ৰাজ্যত মূল্যবৃদ্ধি সম্পৰ্কটো মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে।ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে অনুষ্ঠিত কৰা বিহুক বিশ্ব দৰবাৰলৈ নিয়া আৰু বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হোৱা গহপুৰৰ ১১৯ গৰাকীকৈ বিহুৱা-বিহুৱতীৰ বিহুৰ আখৰাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।

গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ প্ৰতিবেদন।

Leave A Reply

Your email address will not be published.