Breaking

লাডাখত গৃহ মন্ত্ৰালয়ে সৃষ্টি কৰিলে ৫ খন নতুন জিলা ! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘X’ হেণ্ডেলযোগে জনালে এই কথা…

0 23

লাডাখত গৃহ মন্ত্ৰালয়ে সৃষ্টি কৰিলে ৫ খন নতুন জিলা। জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং নামেৰে গঠন নতুন জিলা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘X’ হেণ্ডেলযোগে জনালে এই কথা।

উন্নত আৰু সমৃদ্ধিশালী লাডাখ সৃষ্টিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ।

Leave A Reply

Your email address will not be published.