Breaking

মণিপুৰত প্ৰাক্তন বিধায়কৰ বাসগৃহত দুৰ্বৃত্তৰ বোমা নিক্ষেপ…

0 14

সংঘৰ্ষজৰ্জৰ মণিপুৰত প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ বাসগৃহত দুৰ্বৃত্তৰ বোমা নিক্ষেপ। নিহত প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ পত্নী চাৰুবালা হাউকিপ।

কথমপি ৰক্ষা পৰিল কন্যাসহ প্ৰাক্তন বিধায়কগৰাকীৰ। চাইকুলস্থিত বাসভৱনত শক্তিশালী বোমা নিক্ষেপ দুৰ্বৃত্তৰ। ইয়ামথং হাউকিপ চাইকুল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক।

Leave A Reply

Your email address will not be published.