Breaking

মণিপুৰত মেইটেই জনগোষ্ঠীৰ বাসভৱনত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ…

0 35

পুনৰ অশান্ত হৈছে মণিপুৰৰ জিৰিবাম
মেইটেই জনগোষ্ঠীৰ বাসভৱনত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ


জিৰিবামৰ বৰবেক্রাত সংঘটিত ঘটনা

আৰক্ষী থানাৰ চাৰিশ মিটাৰ নিলগত থকা বাসগৃহত অগ্নিসংযোগ


ঘটনাৰ সময়ত ঘৰকেইটাত নাছিল কোনো লোক
গোষ্ঠীসংঘৰ্ষৰ দিনৰে পৰা আশ্রয় শিবিৰত আছে ঘৰৰ আৱাসীসকল

Leave A Reply

Your email address will not be published.