Breaking

এহাতে স্মাৰ্ট মিটাৰ আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ…

0 23

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল ৰাজ্য। বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ।

এহাতে স্মাৰ্ট মিটাৰ, আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়কজনৰ।

স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান অখিল গগৈৰ।

Leave A Reply

Your email address will not be published.